• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দীঘল চুলিৰে বিশ্ব অভিলেখ! ভাৰতীয় মহিলালৈ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2023 8:12 pm
Guinness World Records Smita Srivastava
8.9k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ এগৰাকী মহিলাই নিজৰ চুলিৰে গঢ়িছে বিশ্ব অভিলেখ। দীঘল চুলিৰ বাবে মহিলাগৰাকীয়ে লাভ কৰিছে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি। মহিলাগৰাকীৰ নাম স্মিতা শ্ৰীবাস্তৱ। ৪৬ বৰ্ষীয় শ্ৰীবাস্তৱ উত্তৰ প্ৰদেশৰ বাসিন্দা।

স্মিতা শ্ৰীবাস্তৱক শেহতীয়াকৈ জীৱিত ব্যক্তিৰ আটাইতকৈ দীঘল চুলিৰ অধিকাৰী হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে স্বীকৃতি প্ৰদান কৰিছে। ১৪ বছৰ বয়সৰ পৰাই চুলি কটাৰ পৰা বিৰত থাকি এই অভিলেখৰ অধিকাৰী হৈছে শ্ৰীবাস্তৱ।

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ তথ্য অনুসৰি, শ্ৰীবাস্তৱৰ চুলিৰ দৈৰ্ঘ্য ৭ ফুট ৯ ইঞ্চি। গীনিজ ৰেকৰ্ডৰ অধিকাৰী হোৱাৰ পিছতে আনন্দিত স্মিতা শ্ৰীবাস্তৱে কয় যে ভাৰতীয় সংস্কৃতিত পৰম্পৰাগতভাৱে দেৱীসকলৰ চুলি অতি দীঘল আছিল।

“আমাৰ সমাজত চুলি কটাটো অশুভ বুলি গণ্য কৰা হয়, গতিকে সেইবাবেই মহিলাসকলে আগতে চুলি কটা নাছিল।দীঘল চুলিয়ে মহিলাৰ সৌন্দৰ্য্য বৃদ্ধি কৰে।”— তেওঁ লগতে কয়।

স্মিতা শ্ৰীবাস্তৱে সাধাৰণতে সপ্তাহত দুবাৰকৈ চুলি ধুৱে বুলি উল্লেখ কৰিছে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডে। চুলি ধোৱা, শুকোওৱা, ফণিওৱা ইত্যাদিৰ বাবে তেওঁক প্ৰায় তিনি ঘণ্টা সময়ৰ প্ৰয়োজন হয়।

মহিলাগৰাকীয়ে উল্লেখ কৰা মতে, যেতিয়াই তেওঁৰ চুলিখিনি মুক্ত হৈ থাকে, চুলিখিনি দেখি আশ্চৰ্য প্ৰকাশ কৰে সকলোৱে। আকৰ্ষণৰ কাৰণ হৈ পৰা চুলিকোচা সকলোৱে স্পৰ্শ কৰে, ফটো উঠায় আৰু এই চুলিৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীৰ বিষয়ে প্ৰশ্ন কৰে বুলি তেওঁ লগতে কয়।

Recent News

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd