• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনক চিন্তাত পেলাই ফ্ৰান্সৰ সেনাৰে সামৰিক অনুশীলন চলাব ভাৰতীয় সেনাই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2020 4:47 pm
a indo
195
VIEWS
Share on FacebookShare on Twitter

লাডাখকলৈ চীনৰ সৈতে ভাৰতৰ কোনো আলোচনা সফল হোৱা নাই বুলি ভাৰতৰ কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰাৰ সময়তে চীনক চিন্তাত পেলাই ফ্ৰান্সৰ সেনাৰ সৈতে ভাৰতীয় সেনাই যুটীয়া সামৰিক অনুশীলন চলাবলৈ সাজু হৈছে।

আজি ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে নৱবৰ্ষৰ জানুৱাৰী মাহৰ তৃতীয় সপ্তাহত ৰাজস্থানৰ যোধপুৰ ভাৰত আৰু ফ্ৰান্সৰ সেনাই সামৰিক অনুশীলনত ভাগ ল’ব।

এই অনুশীলনত ভাৰতে শেহেতীয়াকৈ ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ৰাফেল যুদ্ধ বিমান ব্যৱহাৰ হ’ব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখ্য যোৱা ৪ নৱেম্বৰত

ফ্ৰান্সৰ পৰা  ভাৰত  আহি পাইছিল  তিনিখন ৰাফেল যুদ্ধবিমান ।

ফ্ৰান্সৰ পৰা উৰা মৰাৰ পাছত ৰাফেল যুদ্ধবিমান তিনিখনে পোনে পোনে আহি জামনগৰত অৱতৰণ কৰিছিল।

প্ৰথম পৰ্যায়ত ফ্ৰান্সে পাঁচখন ৰাফেল যুদ্ধবিমান ভাৰতৰ হাতত অৰ্পন কৰিছিল।

ভাৰতীয় বায়ু সেনা বাহিনীৰ আম্বালা বায়ু সেনা বাহিনীৰ ঘাটিত আনুষ্ঠানিকভাৱে ৰাফেল যুদ্ধবিমান পাঁচখনক ভাৰতীয় বায়ু সেনা বাহিনীত অন্তৰ্ভূক্ত কৰা হৈছিল।

উক্ত অনুষ্ঠানত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীও উপস্থিত আছিল।

দ্বিতীয় পৰ্যায়ত নতুনকৈ অহা তিনিখন ৰাফেল যুদ্ধবিমানৰ সৈতে ভাৰতীয় বায়ু সেনা বাহিনীত মুঠ ৰাফেল যুদ্ধ বিমানৰ সংখ্যা আঠ খনলৈ বৃদ্ধি পাইছিল।

Recent News

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd