• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ত ৰহস্যজনক পৰিস্থিতিত কেঁচুৱাৰ মৃতদেহ উদ্ধাৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
December 7, 2019 6:46 am
Story-9-4-1140x570

প্ৰতিনিধিত্বমূলক ফটো

303
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় চহৰৰ পৰা ১০ কিলোমিটাৰ আঁতৰৰ চাউলখোৱাত শুকুৰবাৰে এক ৰহস্যজনক পৰিস্থিতিত এটি ২৭দিনীয়া কেঁচুৱাৰ মৃতদেহ উদ্ধাৰ হয়।

অভিভাৱকে জানিবলৈ দিয়া মতে কন্যা কেঁচুৱাটি মাকৰ সৈতে শুই আছিল যদিও ৰাতিপুৱা হেৰাই থাকে।

পাছত কেঁচুৱাটিৰ মৃতদেহ এটা ওচৰতে থকা পায়খানাৰ টেংকীৰ পৰা উদ্ধাৰ কৰা হয়।

‘’নিশা ২মান বজাত মই বাথৰুমলৈ গৈছিলো। তেতিয়া মোৰ ছোৱালীজনী মাকৰ সৈতে শুই থকা দেখিছিলো। প্ৰায় ৪.৩০ বজাত মই আকৌ সাৰ পাই উঠি দেখো যে মোৰ ছোৱালীজনী বিচনাৰ পৰা নোহোৱা হৈছে,’’-কেঁচুৱাটিৰ পিতৃ ছাজিদুল আলীয়ে কয়।

‘’আমি ততাতয়াকৈ পৰিয়ালৰ আন লোকসকলক কথাটো জনাও আৰু বিচাৰ-খোচাৰ আৰম্ভ কৰো। আমি দেখিবলৈ পাওঁ যে মূল দুৱাৰখন খোলা আছে,’’-তেওঁ লগতে কয়।

‘’আমি ভয়ানক কিবা এটা ঘটা বুলি কিছু শংকিত হৈ পৰো আৰু আমাৰ ছোৱালীজনীক বিচৰা আৰম্ভ কৰো আৰু পাছত আমাৰ ঘৰৰ ওচৰৰে এটা খোলা পায়খানাৰ টেংকীৰ পৰা তাইৰ মৃতদেহটো উদ্ধাৰ কৰো,’’-তেওঁ কয়।

আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে লগতে কেঁচুৱাটিৰ পিতৃ, তেওঁৰ জ্যেষ্ঠ ভাতৃ তথা পিতৃক এই সন্দৰ্ভত জেৰা কৰিছে।

কেঁচুৱাটিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰা হৈছে।

‘’বৰ্তমানলৈকে আমি একো ক’ব নোৱাৰো কিয়নো তদন্ত একেবাৰে প্ৰাথমিক পৰ্যায়ত আছে,’’-আৰক্ষীয়ে মন্তব্য কৰে।

Recent News

পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ-মাতৃক হেৰুওৱা ২২টি শিশুক দত্তক ল’ব ৰাহুল গান্ধীয়ে

পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ-মাতৃক হেৰুওৱা ২২টি শিশুক দত্তক ল’ব ৰাহুল গান্ধীয়ে

অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

গেৰুকামুখত এন এইচ পি চিৰ তিনিটা নিম্ন জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা! প্ৰতিবাদত নামিল ক্ষুব্ধ গাঁওবাসী

গেৰুকামুখত এন এইচ পি চিৰ তিনিটা নিম্ন জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা! প্ৰতিবাদত নামিল ক্ষুব্ধ গাঁওবাসী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd