• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৭হাজাৰতে 64 GB ফোন মেম’ৰি আৰু ৪টা কেমেৰাযুক্ত স্মাৰ্টফোন; লগতে আকৰ্ষণীয় ফিচাৰ্ছ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2019 12:28 pm
425640-infinix-hot8c

Infinix Hot 8স্মাৰ্টফোন। ফটো উৎস : ইন্টাৰনেট

21.4k
VIEWS
Share on FacebookShare on Twitter

আগশাৰীৰ মোবাইল নিৰ্মাণ কোম্পানী ইনফিনিক্স (Infinix Mobile) য়ে ভাৰতত শেহতীয়াভাৱে মুকলি কৰিছে নতুন স্মাৰ্টফোন ইনফিনিক্স হট ৮ (Infinix Hot 8)।

ইনফিনিক্সৰ নতুন ফোনটো বাজেট সামৰ্থ ভিত্তিক উপযোগী স্মাৰ্টফোন। ইয়াত আপুনি পাব বহু মনে বিচৰা ফিচাৰ্ছ।

কোম্পানীটোৱে ফোনটোৰ এটা মাত্ৰ ৰূপকেই বজাৰত মুকলি কৰি দিছে। পোনটোত ৬.৫২ ইঞ্চিৰ এছডিৰ লগতে ২০:৯ ড্ৰপ নোচ ডিচপ্লে ৰখা হৈছে।

ফোনটোত ট্ৰিপ’ল ৰিয়েৰ কেমেৰা আৰু 5000 mAhবেটাৰীৰে ইয়াক বিশেষ ৰূপত নিৰ্মাণ কৰা হৈছে।

এই স্মাৰ্টোফোনটো আপুনি ফ্লিপকাৰ্টৰ পৰা ৬,৯৯৯ টকাত ক্ৰয় কৰিব পাৰে।

তদুপৰি, ফোনটোত ফিংগাৰপ্ৰিন্ট ছেন্সৰ আৰু পেচ আনলক ফিচাৰ্ছো অন্তৰ্ভুক্ত কৰা হৈছে।

ইনফিনিক্সৰ নতুন স্মাৰ্টফোনটোত ট্ৰিপ’ল ৰিয়েৰ কেমেৰা ছেটআপ দিয়া হৈছে। ইয়াত 13 MP+2 MP+ VGAকেমেৰা আছে। লগতে ফোনটোৰ সন্মুখত 8 MPৰ AI কেমেৰা দিয়া হৈছে। এই ফোনটো এণ্ড্ৰইড পাই  9.0 ওপৰত চলে।

নতুন স্মাৰ্টফোনটোত 5000 mAhৰ শক্তিশালী বেটাৰী আছে যি ভাল বেকআপ দিব। কোম্পানীয়ে দাবী কৰা মতে ফুল চাৰ্জত আপুনি যদি ফোনটোৰ স্বাভাৱিক ব্যৱহাৰ কৰে তেতিয়াহ’লে ই ডেৰ দিনপৰ্যন্ত চলিব।

ফোনটোত মাইক্ৰ’ য়ুএছবি পোৰ্ট আছে যিয়ে দ্ৰুত চাৰ্জিঙক ছাপোৰ্ট নকৰে। Infinix Hot 8স্মাৰ্টফোনটোত হেলিঅ’ P22 প্ৰছেচৰ আছে। কোম্পানীয়ে ইয়াৰ 4 GBই ৰেম আৰু 64 GB ইন্টাৰনেল মেম’ৰি থকা এটাই মডেল মুকলি কৰিছে।

ফোনটোৰ মেম’ৰি আপুনি মাইক্ৰ’ এছডি কাৰ্ডৰ জৰিয়তে 256 GBপৰ্যন্ত বঢ়াব পাৰিব।

Recent News

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd