• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত পুনৰ আন্তঃজিলা বাছ সেৱা আৰম্ভ! কাংপ’কপিত বাহনত আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2025 2:52 pm
163
VIEWS
Share on FacebookShare on Twitter

দুবছৰ পূৰ্বে উত্তৰ-পূব ৰাজ্যখনত জাতিগত সংঘাতৰ সৃষ্টি হোৱাৰ পাছত ইম্ফলৰ পৰা পাহাৰীয়া অঞ্চললৈ আন্তঃজিলা বাছ সেৱা পুনৰ আৰম্ভ হয়। কিন্তু শনিবাৰে (৮ মাৰ্চ, ২০২৫) কাংপকপিত মণিপুৰ ৰাজ্যিক পৰিবহণৰ এখন বাছ আক্ৰমণ কৰা হয়।

যোৱা বছৰৰ ডিচেম্বৰ মাহত ইম্ফলৰ পৰা কাংপ’কপি আৰু চুৰাচান্দপুৰলৈ ৰাজহুৱা বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা ব্যৰ্থ হয় ।

সেনাপতি জিলা অভিমুখী বাছখনত কাগপ’কপি জিলাৰ গামগিফাই অঞ্চলত যাত্ৰীবাহী বাহনখনক শিলগুটি নিক্ষেপ কৰা বুলি জানিবলৈ দিয়ে।

বিষয়াসকলে জনোৱা মতে, নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰি লাঠিচালনা কৰে, যাৰ ফলত কেইজনমান বিক্ষোভকাৰী আহত হয়।

চুৰাচান্দপুৰ আৰু সেনাপতিৰ পাহাৰীয়া জিলালৈ যোৱা বাছসমূহ পুৱা প্ৰায় ১০ বজাত ইম্ফল বিমানবন্দৰৰ পৰা কোনো যাত্ৰী নোহোৱাকৈ ফ্লেগ অফ কৰা হয় আৰু সেনা জোৱানকে ধৰি কেন্দ্ৰীয় বাহিনীৰ বৃহৎ কনভয়ে গাড়ীকেইখনক এস্কৰ্ট কৰে বুলি তেওঁলোকে জনায়।

চুৰাচান্দপুৰ অভিমুখী বাছখনে কোনো বাধা নোহোৱাকৈ বিষ্ণুপুৰ জিলা পাৰ হৈ কাংভাই পালেহি বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

কাংপ’কপি হৈ সেনাপতি জিলা অভিমুখী বাছখন ইম্ফল পশ্চিম জিলাৰ কংলাটংবিলৈকে কোনো ধৰণৰ বাধা বা অৱৰোধৰ সন্মুখীন হোৱা নাছিল বুলিও তেওঁলোকে লগতে কয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ ৮ মাৰ্চৰ পৰা মণিপুৰৰ সকলো পথতে মানুহৰ মুক্ত চলাচল নিশ্চিত কৰিবলৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ দিয়াৰ লগতে বাধা সৃষ্টি কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱাৰ পিছতে পুনৰ আন্তঃজিলা বাছ সেৱা আৰম্ভ হয়।

২০২৩ চনৰ মে’ মাহৰ পৰা জাতিগত হিংসাৰ সাক্ষী হৈ থকা উত্তৰ-পূব ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ পাছত এইখনেই আছিল প্ৰথমখন এনে বৈঠক।

এই হিংসাত এতিয়ালৈকে ২৫০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

Recent News

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd