• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিয়েই আন্তঃজিলা ভ্ৰমণ কৰি লওঁক; সোমবাৰৰ পৰা আন্তঃজিলা যাতায়ত বন্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 16, 2021 8:11 pm
web-passengers-get-on-a-bus-in-dhaka-rajib-dhar-01-06-2020-1591029859605
362
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত ক্ৰমান্বয়ে কোভিড পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ দিশে আগবাঢ়িছে। সেয়েহে ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে কেতবোৰ ব্যৱস্থাপনা হাতত লোৱা পৰিলক্ষিত হৈছে।

ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ নিৰ্দেশ মৰ্মে দেওবাৰৰে পৰা চহৰ অঞ্চল আৰু তাৰ পৰা ৫ কিঃমিঃ নিলগলৈকে পুৱা ১১ বজালৈকেহে দোকান-পোহাৰ খোলা ৰখাৰ অনুমতি প্ৰদান কৰাৰ লগতে দুপৰীয়া ১২ বজাৰ পৰা পুৱা ৫ বজালৈকে কাৰ্ফিউ দিয়া হৈছে।

তাৰ পাছতে কাইলৈৰ পৰা অন্য কেতবোৰ সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰ ভিতৰত আন্তঃজিলা যাতায়ত বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনাৰ ইংগিত দিয়ে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

আজি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় ‘কোভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰি আছো। প্ৰয়োজন হ’লে অতি সোনকালে কিছু দিনৰ কাৰণে আন্তঃজিলা যাতায়ত বা যোগাযোগ বন্ধ হ’ব। কাইলৈৰ ভিতৰত এই নীতি-নিয়মসমূহ ঘোষণা কৰা হ’ব।‘

উল্লেখযোগ্য যে, কালিৰ দিনটোত ৰাজ্যত মুঠ ৫৩৪৭ গৰাকী লোক কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৬৩ গৰাকী লোকে কোভিডত মৃত্যুক আকোৱালি লৈছিল। কামৰূপ মেট্ৰ’ত ১০১২ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছিল কালিৰ দিনটোত।

সেয়েহে সকলো জনসাধাৰণ সজাগ আৰু সচেতন হৈ মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দুৰত্ব মানি চলক, এয়া সময়ৰ আহ্বান।

Tags: COVID-19

Recent News

উত্তৰাখণ্ডৰ ভয়ানক বান :  আচম্বিতে হোৱা দুৰ্যোগত ৪ জন মৃত্যু, নিৰুদ্দেশ ৫০ গৰাকী

উত্তৰাখণ্ডৰ ভয়ানক বান :  আচম্বিতে হোৱা দুৰ্যোগত ৪ জন মৃত্যু, নিৰুদ্দেশ ৫০ গৰাকী

অসমত পুনৰ চলিছে নেকি নাগা আগ্ৰাসন? গোলাঘাটৰ নেঘেৰিবিলৰ ভূমিৰ ওপৰত নগাৰ নতুন দাবী  

অসমত পুনৰ চলিছে নেকি নাগা আগ্ৰাসন? গোলাঘাটৰ নেঘেৰিবিলৰ ভূমিৰ ওপৰত নগাৰ নতুন দাবী  

প্ৰকৃত ভাৰতীয় কোন সেয়া উচ্চতম ন্যায়ালয়ে নিৰ্ণয় কৰিব নোৱাৰে : ভাতৃ ৰাহুলৰ সমৰ্থনত প্ৰিয়কাৰ মন্তব্য

প্ৰকৃত ভাৰতীয় কোন সেয়া উচ্চতম ন্যায়ালয়ে নিৰ্ণয় কৰিব নোৱাৰে : ভাতৃ ৰাহুলৰ সমৰ্থনত প্ৰিয়কাৰ মন্তব্য

ডিমাপুৰৰ ৯ বছৰীয়া নাবালিকাক অৰুণাচলত বিক্ৰী

ডিমাপুৰৰ ৯ বছৰীয়া নাবালিকাক অৰুণাচলত বিক্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd