• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্তঃৰাষ্ট্ৰীয় বীয়েৰ দিৱস: বীয়েৰ পান কৰাৰ ১০ টা চমকপ্ৰদ উপকাৰীতা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2021 7:34 pm
Glasses-beer-bar-Brussels-750x375
408
VIEWS
Share on FacebookShare on Twitter

বীয়েৰ। বিশ্বৰ কোটি কোটি মানুহৰ বাবে এবিধ প্ৰিয় পানীয়। সমগ্ৰ বিশ্বতে প্ৰতি বছৰে আগষ্ট মাহৰ প্ৰথম শুকুৰবাৰটোত উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় বীয়ৰে দিৱস ।

এইবাৰো তাৰ ব্যতিক্ৰম ঘটা পৰিলক্ষিত নহ’ল।বিশ্বত শ শ বছৰ ধৰি জনপ্ৰিয় পানীয় হিচাবে বিবেচিত হৈ অহা বীয়েৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে।

অৱশ্যে পৰিমিত মাত্ৰাত এই পানীয় বিধ সেৱন কৰিলেহে সেই সুফল সমূহ পোৱা যায়।

আহঁকচোন চাওঁ বীয়েৰ মানৱ দেহৰ বাবে কিদৰে উপকাৰী পানীয়—

জীৱনকালৰ দৈৰ্ঘতা বৃদ্ধি কৰে

পৰিমিত মাত্ৰাত বীয়েৰ পান কৰাসকলৰ জীৱনকাল বৃদ্ধি পায় বুলি প্ৰমাণ পোৱা গৈছে।সুৰাপান কৰা লোকসকলৰ তুলনাত বীয়েৰ পান কৰা লোকসকল বেছিদিন জীয়াই থাকে বুলি গৱেষণাত প্ৰকাশ পাইছে। তদুপৰি বীয়েৰত সাধাৰণ  সুৰাতকৈ অতি কম পৰিমাণে এলক’হল থাকে।গৱেষণাৰ পৰা

হৃদৰোগৰ ভয় বহু খিনি কমি যায়

তথ্য অনুসৰি পৰিমিত হাৰত বীয়ৰে পান কৰা লোকৰ হৃদৰোগ হোৱাৰ ভয়ো বহু খিনি কমি যায়।

স্মৃতি শক্তি বৃদ্ধিকাৰক

বীয়েৰত থকা এণ্টিঅক্সিডেণ্টে মগজুৰ কোষ সমূহক অক্সিডেণ্টৰ পৰা মুক্ত কৰি ৰাখিব পাৰে। সেয়ে বীয়েৰ পান কৰিলে স্মৃতি শক্তি বৃদ্ধি পায় বুলি গৱেষকসকলে কৈ আহিছে।

বিষনাশক হিচাবে কাম কৰে

বীয়েৰে শৰীৰত বিষনাশক হিচাবে কাম কৰাৰ লগতে বহু সংক্ৰমণৰ পৰাও মানুহক ৰক্ষা কৰিব পাৰে।সাধাৰণ কটা-চিঙাত বীয়েৰ প্ৰয়োগ কৰিলে সংক্ৰমণৰ ভয় কমি যায়।

হাড়ৰ বৃদ্ধিত সহায় কৰে

পৰিমিত মাত্ৰাত বীয়ৰে পান কৰিলে হাড়ৰ বৃদ্ধি ভালদৰে হয় বুলি গৱেষণাত প্ৰকাশ পাইছে।বীয়েৰত চিলিকন, ভিটামিন-বি আৰু পলিফেনল আদি প্ৰচুৰ মাত্ৰাত থাকে। এইবোৰে হাড়ৰ সুৰক্ষাত সহায় কৰে।

পৰিপুষ্টিৰ ভাণ্ডাৰ

বীয়েৰত বহু পৰিমাণে ফাইবাৰ অৰ্থাৎ আঁহ জাতীয় পদাৰ্থ থাকে। ইয়াৰোপৰি ইয়াত থাকে লিপ’প্ৰ’টিন।এইবোৰে পৰিপুষ্টি লাভত সহায় কৰে।

পানীৰ প্ৰয়োজন পূৰণ কৰে

বীয়েৰ পান কৰাৰ ফলত শৰীৰত পানীৰ প্ৰয়োজন পূৰণ হয় আৰু শৰীৰ নিৰ্জলা হোৱাৰ পৰা ৰক্ষা পৰে।

কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষমতা

বীয়েৰত xanthohumol নামৰ এবিধ পদাৰ্থ থাকে।এই এণ্টিঅক্সিডেণ্ট বিধে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে বুলি বিভিন্ন গৱেষণাত প্ৰমাণ পোৱা গৈছে।

 কম কেল’ৰী

আন সুৰাৰ তুলনাত বীয়েৰত অতি কম পৰিমাণে কেল’ৰী থাকে।বীয়েৰত ৪ ৰ পৰা ৬ শতাংশ এলক’হলহে থাকে। তদুপৰি এগিলাছ বীয়েৰত থকা কেল’ৰীৰ পৰিমাণ প্ৰায় ২০৮।

বৃক্কৰ পাথৰ দূৰ কৰাত সহায় কৰে

বীয়েৰে বৃক্কত হোৱা পাথৰ দূৰ কৰাতো বহু পৰিমাণে সাহায় কৰে বুলি গৱেষণাত প্ৰমাণ হৈছে।ই বৃক্কৰ পাথৰ ভাঙি পেলোৱাত সহায় কৰে।

অৱশ্যে সকলো বস্তুৰে ভাল বেয়া দুয়োটা দিশেই থাকে। পৰিমতি ব্যৱহাৰৰ দ্বাৰাহে যিকোনো বস্তুৰে সুফল লাভ কৰিব পাৰি।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd