• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যৌনগন্ধী দৃশ্যত অভিনয় : কেমেৰাৰ সমুখতেই নিয়ন্ত্ৰণ হেৰুৱাইছিল এই কেইজন তাৰকাই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 20, 2023 12:06 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্তৰংগ দৃশ্যত অভিনয় কৰাটো বলীউডত নতুন কথা নহয়। অতীজৰে পৰা বলীউডৰ চিনেমাত অন্তৰংগ মুহূৰ্তৰ ছবি দেখুৱাই অহা হৈছে। কিন্তু কিছু বছৰৰ আগলৈকে অন্তৰংগ দৃশ্য ইমান মুকলিকৈ দেখুওৱা হোৱা নাছিল যদিও আজিকালি মুকলিকৈয়ে যৌনগন্ধী দৃশ্য চিনেমা দেখুওৱা হয়।

এনে দৃশ্যত নিখুঁট অভিনয় কৰাটো ইমান সহজ নহয়। এনে দৃশ্যত অভিনয় কৰি দৃশ্যটো ফুটাই তুলিবলৈ লাজ, ভয় আৰু কামনাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলগীয়া হয়। কিন্তু এনে যৌনগন্ধী বা অন্তৰংগ মুহূৰ্তৰ দৃশ্যত অভিনয় কৰোতে বহু অভিনেতা–অভিনেত্ৰীয়ে কামনাৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ বহু উদাহৰণ বলীউডত দেখা পোৱা যায়।

অন্তৰংগ মুহূৰ্তৰ দৃশ্য গ্ৰহণৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই নায়িকাৰ ওপৰত জপিয়াই পৰি অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰা কেইগৰাকীমান অভিনেতাৰ বিষয়ে জানোঁ আহক –

সিদ্ধাৰ্থ মালহোত্ৰাঃ : ‘এ জেন্টলমেন’ শীৰ্ষক চিনেমাত জেকলিন ফাৰ্নাণ্ডেজৰ লগত অভিনয় কৰিছিল সিদ্ধাৰ্থ মালহোত্ৰাই। চিনেমাখনৰ এটা দৃশ্যত নায়ক নায়িকাগৰাকীয়ে চুমা খোৱাৰ কথা আছিল। কিন্তু শুনা যায় যে দৃশ্যটোৰ সময়ত অভিনেতাজন চুমাৰ পৰশত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল আৰু পৰিচালকে কাট বুলি কোৱাৰ পিছতো চুম্বন কৰিবলৈ বাদ দিয়া নাছিল।

নাৰ্গিছ ফাখৰি : ইমৰাণ হাচমীৰ চিনেমা মানে চিনেমাখনত একাধিক চুমা খোৱাৰ দৃশ্য থাকিবই থাকিব। ‘আজহাৰ’ৰ শ্বুটিঙৰ সময়ত ইমৰাণ হাছমীৰ সৈতে চুমা খোৱাৰ দৃশ্য এটা শ্বুটিং কৰি থাকোঁতে নাৰ্গিছ আৰু ইমৰাণে ইমানেই আকৰ্ষিত হৈ পৰিছিল যে পৰিচালকে বন্ধ কৰিবলৈ কোৱাৰ পিছতো তেওঁলোকে চুমা খোৱাৰ অভিনয় অব্যাহত ৰাখিছিল।

কংগনা ৰাণাৱত : বিতৰ্কৰ আন এটা নাম হ’ল কংগনা। বীৰ দাসৰ সৈতে কংগনাৰ এটা চুমা খোৱাৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। এই ঘটনাৰ কথা জানিব পৰাৰ পিছত তেওঁলোক অতি অপ্ৰস্তুত হৈ পৰিছিল।

ৰণবীৰ কাপুৰ : ‘য়েহ জৱানী হায় দীৱানী’ চিনেমাৰ দৃশ্য গ্ৰহণৰ সময়ত ইভেলিং শৰ্মাৰ সৈতে চুমা খোৱাৰ দৃশ্যত নিয়ন্ত্ৰণ হেৰুৱাইছিল ৰণবীৰ কাপুৰে। ছচিয়েল মিডিয়াত এই বিষয়টোক লৈ কেইবাবছৰ ধৰি বিতৰ্ক চলি আহিছে।

টাইগাৰ শ্ৰফ : ‘এ ফ্লাইং জেট’ত টাইগাৰ শ্ৰফৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ সৈতে চুম্বনৰ এটা দৃশ্য আছিল। এই দৃশ্যৰ সময়ত দুয়োৱেই পৰিচালকে কাট বুলিম কোৱাৰ পিছতো ওঁঠৰ পৰা ওঁঠ আঁতৰাই নিব খোজা নাছিল।

বিনোদ খান্না : ‘দয়াবন’ চিনেমাত বিনোদ খান্না আৰু মাধুৰী দীক্ষিতৰ অন্তৰংগ দৃশ্যৰ বিষয়ে আমি সকলোৱে জানো। মাধুৰী দীক্ষিতক চুমা খাই থাকোঁতে বিনোদ খান্নাই মাধুৰীৰ ওঁঠত কামুৰি দিছিল। এই ঘটনাত মাধুৰী দীক্ষিতে বৰ ভয় খাইছিল।

ৰঞ্জিত : নব্বৈৰ দশকৰ বেছিভাগ চিনেমাতে ধৰ্ষণকাৰীৰ চৰিত্ৰত অভিনয় কৰা ৰঞ্জীতে এবাৰ মাধুৰী দীক্ষিতক জোৰকৈ সাৱটি ধৰি এটা দৃশ্যত অভিনয় কৰিছিল। এই ঘটনাই পিছত ৰঞ্জিতক লজ্জিত কৰিছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd