• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিবনুৱাৰ বাবে সুখবৰ! : IOCLত ৪৮২টা নবিচি পদৰ বাবে আবেদন আহ্বান, কেনেকৈ কৰিব আবেদন?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2020 3:48 pm
index
2.5k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় তেল নিগম লিমিটেড( Indian Oil Corporation Limited)ত ৪৮২ টা নবিচি পদৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে।

প্ৰতিষ্ঠানটোৰ ৱেষ্টাৰ্ণ ৰিজন পাইপলাইন(WRPL), নৰ্দান ৰিজন পাইপলাইন(NRPL) ইষ্টাৰ্ণ ৰিজন পাইপলাইন(ERPL), ছাউৰ্থান ৰিজন পাইপলাইন(SRPL) আৰু ছাউথ ইষ্টাৰ্ণ ৰিজন পাইপলাইন(SERPL)ৰ বিভিন্ন স্থানত কাৰিকৰী আৰু অনা-কাৰিকৰী নবিচি পদত নিযুক্তি প্ৰদান কৰা হ’ব।

যোগ্যতাসম্পন্ন প্ৰাৰ্থীসকলে অহা ৪ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰৰ সন্ধিয়া ৬ বজালৈকে অনলাইন যোগে আবেদন কৰিব পাৰিব।

শিক্ষাগত অহৰ্তা :-

  • মেকানিকেল আৰু অ’টো মোবাইল ইঞ্জিনিয়াৰিঙৰ তিনি বছৰীয়া ডিপ্ল’মা।
  • ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰ’নিকছ ইঞ্জিনিয়াৰিঙৰ তিনি বছৰীয়া ডিপ্ল’মা।

 

  • টেলিকমিনিউকেশ্যন আৰু ইনষ্ট্ৰুমেনটেশ্যন ইঞ্জিনিয়াৰিঙৰ তিনি বছৰীয়া ডিপ্ল’মা।

 

  • ইলেক্ট্ৰ’নিছ এণ্ড কমিনিউকেশ্যন, ইলেক্ট্ৰ’নিকছ এণ্ড টেলিকমিনিউকেশ্যন, ৰেডিঅ’ কমিনিউকেশ্যন, ইনষ্ট্ৰুমেনটেশ্যন এণ্ড কন্ট্ৰ’ল, ইনষ্ট্ৰুমেনটেশ্যন এণ্ড প্ৰচেছ কন্ট্ৰ’ল আৰু ইলেক্ট্ৰ’নিকছ ইঞ্জিনিয়াৰিঙৰ তিনি বছৰীয়া ডিপ্ল’মা।

 

  • মানৱ সম্পদ সহায়কৰ বাবে স্বীকৃতিপ্ৰাপ্ত যিকোনো বিশ্ববিদ্যালয়ৰ পৰা তিনি বছৰীয়া স্নাতক ডিগ্ৰী।

 

  • একাউন্টেন্টৰ বাবে স্বীকৃতিপ্ৰাপ্ত যিকোনো বিশ্ববিদ্যালয়ৰ পৰা তিনি বছৰীয়া বাণিজ্যৰ স্নাতক ডিগ্ৰী।
  • ডাটা এণ্ট্ৰি অ’পাৰেটৰ বাবে দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ।

 

বয়স ৩০.১০.২০২০ত ১৮ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগিব।

টেকনিচিয়ান আৰু ট্ৰেড নবিচিসকলৰ বাবে নবিচিৰ সময়সীমা হৈছে এবছৰ আৰু ডাটা অপাৰেটৰসকলৰ বাবে ১৫ মাহ।

অধিক তথ্যৰ বাবে তলৰ লিংকটোক ক্লিক কৰিব পাৰে — Check official notification

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd