• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

IPL 2020’ৰ প্লে-অফৰ তাৰিখ ঘোষণা; চাওক কেতিয়া, ক’ত হ’ব মেচ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2020 9:17 am
ipl-telecast-channel-list-151828-5f7d74ed4bede-1602057453
12.9k
VIEWS
Share on FacebookShare on Twitter

আইপিএল-২০২০’ৰ গ্ৰুপ পৰ্যায়ৰ খেল সমাপ্তৰ দিশে আগবাঢ়িছে। প্লে-অফত স্থান লাভৰ বাবে তীব্ৰতৰ হৈ পৰিছে যুঁজ।

ইয়াৰ মাজতে বিচিচিআইয়ে ঘোষণা কৰিছে আইপিএলৰ এইবাৰৰ প্লে-অফল খেলৰ সূচী।

দেওবাৰে সন্ধিয়া এক বিবৃতিত বিচিচিআইয়ে জনায় যে গ্ৰুপ লীগৰ খেল শেষ হোৱাৰ পৰৱৰ্তী দিনটোত অৰ্থাৎ ৪ নৱেম্বৰত কোনো খেল নাই।

৫নৱেম্বৰ বৃহস্পতিবাৰে প্ৰথম কোৱালিফায়াৰ মেচ হ’ব। ইয়াত লীগ তালিকাৰ শীৰ্ষত থকা দল দুটাই মুখামুখি হ’ব।

ইয়াৰ পাছতে ৬নৱেম্বৰত প্ৰথম এলিমিনিটেৰত নামিব তালিকাৰ তৃতীয় আৰু চতুৰ্থটো দল। সেইদৰে দ্বিতীয় কোৱালিফায়াৰ অনুষ্ঠিত হ’ব ৮নৱেম্বৰ দেওবাৰে।

আনহাতে, পূৰ্বে ঘোষণা কৰা অনুসৰিয়েই অহা ১০ নৱেম্বৰ মঙলবাৰে ত্ৰয়োদশ আইপিএলৰ ফাইনেল অনুষ্ঠিত হ’ব।

বৰ্তমানলৈকে কোন দলেই প্লে-অফৰ বাবে ঘোষিত হোৱা নাই। দেওবাৰে মুম্বাইৰ বিৰুদ্ধে ৰাজস্থানৰ বিজয়ে প্লে-অফৰ তালিকাত নতুন সমীকৰণৰ সৃষ্টি কৰিছে।

প্লে-অফৰ সূচী অনুসৰি, ৫নৱেম্বৰৰ সন্ধিয়া ৭-৩০বজাত ডুবাইত প্ৰথম কোৱালিফায়াৰ মেচখন অনুষ্ঠিত হ’ব।

৬নৱেম্বৰত সন্ধিয়া ৭-৩০বজাত আবুধাবিত প্ৰথম এলিমিনেটৰ মেচখন অনুষ্ঠিত হ’ব।

৮নৱেম্বৰত সন্ধিয়া ৭-৩০বজাত আবুধাবিত দ্বিতীয় কোৱালিফায়াৰ মেচখন অনুষ্ঠিত হ’ব।

সেইদৰে ১০ নৱেম্বৰত সন্ধিয়া ৭-৩০বজাত ডুবাইত ফাইনেল খেলখন অনুষ্ঠিত হ’ব।

Recent News

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

আই আই টি গুৱাহাটীৰ গৱেষকৰ আৱিষ্কাৰ! কণ্ঠবিহীন লোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ চেন্সৰ

আই আই টি গুৱাহাটীৰ গৱেষকৰ আৱিষ্কাৰ! কণ্ঠবিহীন লোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ চেন্সৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd