• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

যুদ্ধৰ উকমুকনি! ইৰাক-ছিৰিয়াত মিছাইল আক্ৰমণ ইৰাণৰ, আক্ৰমণ মোছাদৰ কাৰ্যালয়ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2024 10:58 am
Iranian forces attack in Iraq
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হামাছৰ ইজৰাইল আক্ৰমণ আৰু তাৰ পিছতে গাজাত ইজৰাইলে চলোৱা নৰসংহাৰী-ৰক্তক্ষয়ী যুদ্ধৰ ভয়াৱহতাই গ্ৰাস কৰাৰ সময়তে মধ্য প্ৰাচ্যত উকমুকনি হৈছে আন এক যুদ্ধৰ।

এইবাৰ ছিৰিয়া আৰু ইৰাকৰ স্বায়ত্তশাসিত কুৰ্দিস্তান অঞ্চলত একাধিক স্থানত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে। ইৰাণৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ কাৰ্যালয়ো।

ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে এক বিবৃতিত উল্লেখ কৰা মতে সোমবাৰে নিশাৰ ভাগত ইৰাকস্থিত মোছাদৰ কাৰ্যালয় আৰু ইৰাণ বিৰোধী সন্ত্ৰাসবাদী গোটৰ কেন্দ্ৰ ধ্বংস কৰাৰ উদ্দেশ্যে ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা হৈছে।

ইৰাকৰ কুৰ্দিস্তান নিৰাপত্তা পৰিষদৰ তথ্য অনুসৰি এই আক্ৰমণত ৪ জন লোক নিহত হোৱাৰ লগতে আন ৬ জন আহত হয়।

কুৰ্দিস্তান ডেম’ক্ৰেটিক পাৰ্টিয়ে জানিবলৈ দিয়া মতে, নিহত হোৱা কেইবাজনো সাধাৰণ নাগৰিকৰ ভিতৰত আগশাৰীৰ ব্যৱসায়ী পেশ্বৰ’ ডিজাইও আছিল।

ৰিভল্যুচনেৰী গাৰ্ডে লগতে ছিৰিয়াতো বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰে। লক্ষণীয়ভাৱে শেহতীয়াকৈ দক্ষিণৰ কেৰমান আৰু ৰাস্ক চহৰত সন্ত্ৰাসবাদী সংগঠনৰ আক্ৰমণত নিহত হৈছিল কেইগৰাকীমান ইৰাণী লোক।

এই আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপেই ৰিভল্যুচনেৰী গাৰ্ডে ছিৰিয়াত আক্ৰমণ চলোৱা বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইফালে ইৰাণৰ এই আক্ৰমণক গৰিহণা দিছে আমেৰিকাই।

আমেৰিকাই ইৰাণৰ এই আক্ৰমণক ‘অসাৱধানতাপূৰ্ণ’ আখ্যা দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

August 14, 2025 12:13 pm
ভাৰতৰ চামৰা উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ট্ৰাম্পৰ ৫০% শুল্কই! বন্ধ হৈ পৰিছে ভাৰতৰ ৰপ্তানি

ভাৰতৰ চামৰা উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ট্ৰাম্পৰ ৫০% শুল্কই! বন্ধ হৈ পৰিছে ভাৰতৰ ৰপ্তানি

August 14, 2025 12:12 pm
বিহাৰত ‘মৃত’ ভোটাৰৰ সৈতে চাহমেল ৰাহুল গান্ধীৰ!

বিহাৰত ‘মৃত’ ভোটাৰৰ সৈতে চাহমেল ৰাহুল গান্ধীৰ!

August 14, 2025 11:50 am
উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

August 14, 2025 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

August 14, 2025 12:13 pm
ভাৰতৰ চামৰা উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ট্ৰাম্পৰ ৫০% শুল্কই! বন্ধ হৈ পৰিছে ভাৰতৰ ৰপ্তানি

ভাৰতৰ চামৰা উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ট্ৰাম্পৰ ৫০% শুল্কই! বন্ধ হৈ পৰিছে ভাৰতৰ ৰপ্তানি

August 14, 2025 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd