• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ড কমাণ্ডাৰ চালামি; নিহত দুই পৰমানু বিজ্ঞানীও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2025 10:20 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ শক্তিশালী ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড বাহিনীৰ কমাণ্ডাৰ হোছেইন চালামি ইজৰাইলৰ বিমান আক্ৰমণত নিহত হোৱা বুলি ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে নিশ্চিত কৰিছে। খবৰ অনুসৰি তেওঁৰ লগতে আই আৰ জি চিৰ আন এজন শীৰ্ষ বিষয়া আৰু দুজন পৰমানু বিজ্ঞানীও নিহত হোৱাৰ আশংকা কৰা হৈছে।

ইৰাণৰ অন্যতম শক্তিশালী সামৰিক সংগঠন ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ, যিয়ে দেশখনৰ বেলিষ্টিক মিছাইল বাহিনী নিয়ন্ত্ৰণ কৰে। শেহতীয়াকৈ গাজা যুদ্ধৰ সময়ত ইজৰাইলৰ ওপৰত এই বাহিনীটোৱে দুবাৰকৈ ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যম এক্সিয়াছে কয় যে ইজৰাইলৰ বিমান আক্ৰমণৰ মূল লক্ষ্য হৈছে ইৰাণৰ সামৰিক মুখ্য কাৰ্যালয়ৰ উচ্চ পদস্থ বিষয়া। এই আক্ৰমণৰ অন্যতম লক্ষ্য আছিল নাটাঞ্জ পাৰমাণৱিক কেন্দ্ৰ।

ইৰাণৰ চৰকাৰী টেলিভিছন প্ৰেছ টিভিয়ে বিস্ফোৰণৰ ভিডিঅ’ প্ৰকাশ কৰে, য’ত ধোঁৱা আৰু জুইৰ শিখা দেখা গৈছে।

ইৰাণৰ চৰকাৰী টেলিভিছনৰ বাতৰি অনুসৰি ৰাজধানী তেহৰাণৰ পূব অংশৰ পিৰুজী ষ্ট্ৰীটত থকা আই আৰ জি চিৰ মুখ্য কাৰ্যালয়ত বিস্ফোৰণ আৰু অগ্নিকাণ্ড দেখা গৈছে। “আই আৰ জি চিৰ জেনেৰেল কমাণ্ড মুখ্য কাৰ্যালয়ৰ ভৱনৰ পৰা জুই আৰু ধোঁৱা বিয়পি পৰিছে।”

এই আক্ৰমণৰ ফলত আই আৰ জি চি আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ গুৰুতৰ ক্ষতি হোৱাৰ সন্দেহ কৰা হৈছে। ইয়াৰ জৰিয়তে ইজৰাইলে হয়তো ইৰাণৰ সামৰিক আৰু কৌশলগত সামৰ্থ্যক প্ৰত্যক্ষভাৱে লক্ষ্য কৰি লৈছে। বিশ্লেষকসকলৰ মতে, এই ঘটনাই মধ্যপ্ৰাচ্যত পুনৰ উত্তেজনা বৃদ্ধি কৰিব।

ইপিনে ইৰাণৰ চৰকাৰী সংবাদ সংস্থা আইআৰএনএ-ই প্ৰকাশ কৰা অনুসৰি ৰাজধানী তেহৰাণৰ এটা আৱাসিক অট্টালিকাত ইজৰাইলৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত মহিলা আৰু শিশুকে ধৰি কেইবাজনো সাধাৰণ নাগৰিক নিহত হৈছে। সংবাদ সংস্থাটোৱে কয় যে, “তেহৰাণৰ এটা আৱাসিক কমপ্লেক্সত সংঘটিত আক্ৰমণত মহিলা আৰু শিশুকে ধৰি কেইবাগৰাকীও মহিলা আৰু শিশু শ্বহীদ হৈছে।”

ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। এক বিবৃতিত ইয়াক আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰত্যক্ষ উলংঘা বুলি অভিহিত কৰা হৈছে। বিবৃতিটোত কোৱা হৈছে যে এই আগ্ৰাসনৰ প্ৰতি ইৰাণে উপযুক্ত সঁহাৰি দিয়াৰ অধিকাৰ সংৰক্ষিত ৰাখিছে। ইয়াৰ ভয়াৱহ পৰিণতিৰ বাবে ইজৰাইল সাজু হ’ব লাগিব।

ইৰাণে সকীয়াই দিছে যে এনে আগ্ৰাসনৰ প্ৰত্যুত্তৰ কঠোৰভাৱে দিয়া হ’ব। ইয়াত কোৱা হৈছে যে ইজৰাইল আৰু আমেৰিকাই, “এতিয়া ইয়াৰ পৰিণাম ভোগ কৰাৰ সময়।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

September 12, 2025 8:18 pm
নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

September 12, 2025 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd