• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিৱৰ্তনৰ বাবে ভোট দিবলৈ ৰাইজক আহ্বান লৌহ মানৱী ইৰম শ্বৰ্মিলাৰ

“গণতান্ত্ৰিক নেতাসকল ৰাইজৰ সেৱক, নিয়ন্ত্ৰক নহয়। নীতিগত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে তেওঁলোকে ৰাইজৰ মতক শ্ৰদ্ধা জনাব লাগে।”

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2019 9:36 pm
'Iron Lady' of Manipur Irom Sharmila slams Modi Govt, asks people to Vote for Change

ইৰম শৰ্মিলা। ছবি সৌজন্য-- e-pao.net|

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোদী চৰকাৰৰ “সৰ্ব নিয়ন্ত্ৰাৰ” ভূমিকাত বিতুষ্টি প্ৰকাশ কৰি পৰিৱৰ্তনৰ বাবে ভোট দিবলৈ ৰাইজক আহ্বান জনাইছে আফস্পাৰ বিৰুদ্ধে ১৬ বছৰীয়া নিৰৱচ্ছিন্ন অনশনেৰে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা মণিপুৰৰ লৌহ মানৱী ইৰম শ্বৰ্মিলাই।

“তেওঁলোকে (মোদী চৰকাৰ) তেওঁলোকৰ বিশ্বাস আৰু ব্যৱস্থা অনুসৰি সৰ্বস্ব নিয়ন্ত্ৰণ কৰিব খুজিছে। এই সন্ধিক্ষণত বিকল্প শক্তি এটা অনাটো সহজ নহ’ব। ভোটাৰসকল আগবাঢ়ি আহিব লাগিব আৰু পৰিৱৰ্তন আনিব লাগিব,” শ্বৰ্মিলাৰ এই উদ্ধৃতি এন দি টিভি-ৰ।

মণিপুৰৰ যোৱা বিধান সভা নিৰ্বাচনত তদানীন্তন কংগ্ৰেছ মুখ্য মন্ত্ৰী অ’ক্ৰাম ইববি সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা শ্বৰ্মিলাই মোদী চৰকাৰৰ আমোলত গণতন্ত্ৰ “কেৱল নামতহে আছে” বুলিও ক্ষোভ প্ৰকাশ কৰিছে।

নাগৰিকত্ব বিধেয়ক সংসদত উত্থাপনৰ পূৰ্বে এন ডি এ’ চৰকাৰে উত্তৰ-পূবৰ ৰাইজৰ সাৰ্বজনীন (popular) আৱেগৰ বিবেচনা নকৰাক লৈয়ো সৰৱ হৈ পৰিছে শ্বৰ্মিলা।

“আপোনালোকে (চৰকাৰ) এই অঞ্চলসমূহত বাস কৰা কোটি কোটি মানুহৰ আৱেগ অনুধাৱন কৰিব আৰু এই সিদ্ধান্ত লোৱাৰ আগতে বাস্তৱ পৰিস্থিতি বিশ্লেষণ কৰিব লাগিছিল,” শ্বৰ্মিলাৰ মত। “গণতান্ত্ৰিক নেতাসকল ৰাইজৰ সেৱক, নিয়ন্ত্ৰক নহয়। নীতিগত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে তেওঁলোকে ৰাইজৰ মতক শ্ৰদ্ধা জনাব লাগে।”

সমাগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা নাকচ কৰিছে লৌহ মানৱীয়ে, “ৰাজনীতি মোৰ বাবে সহজ নহয় (cup of tea)”।

থাওবাল সমষ্টিত ’১৭ৰ মণিপুৰ বিধান সভা নিৰ্বাচনত তিনিবাৰৰ কংগ্ৰেছী মুখ্য মন্ত্ৰী সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি শ্বৰ্মিলাই মুঠ ২৭,২৭১টা ভোটৰ ভিতৰত মাত্ৰ ৯০টাহে পাবলৈ সক্ষম হৈছিল।

অনশন প্ৰত্যাহাৰ কৰাৰ পিছত ২০১৬ চনত তেওঁ পি আৰ জে এ’ (People’s Resurgence and Justice Alliance) নামৰ ৰাজনৈতিক দল এটা গঠন কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

September 7, 2025 5:30 pm
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

September 7, 2025 5:05 pm
জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

September 7, 2025 4:11 pm
অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

September 7, 2025 3:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

September 7, 2025 5:30 pm
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

September 7, 2025 5:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd