• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এয়াৰ কণ্ডিশ্যনৰ পৰা হ’ব পাৰে নেকি কৰ’না ভাইৰাছৰ সংক্ৰমণ? কি কয় বিজ্ঞানীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2020 1:54 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

15k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ সম্পৰ্কত বিজ্ঞানীসকলৰ নতুন নতুন গৱেষণাৰ তথ্য নিৰন্তৰ প্ৰকাশ পাই আহিছে।

ইয়াৰ মাজতে বহুতৰে মনত প্ৰশ্ন হৈছে যে এয়াৰ কণ্ডিশ্যনত (এ চি) থাকিলে কৰ’না ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে নেকি?

বিজ্ঞানীসকলৰ মতে মহামাৰীৰ এই এই পৰ্যায়ত এয়াৰ কণ্ডিশ্যনৰ পৰাও কৰ’না ভাইৰাছ সংক্ৰমণ ঘটাৰ শংকা আছে। 

‘হাৰ্ভাড টি এইচ চান স্কুল অফ পাব্লিক হেল্থ’ৰ অধ্যাপক এডৱাৰ্ড নাৰ্ডনৰ মতে কৰ’না ভাইৰাছ কম তাপমাত্ৰাত অধিক সক্ৰিয় হৈ পৰে। 

এডৱাৰ্ডৰ মতে, বাহিৰত গৰম হোৱাৰ বাবে এয়াৰ কণ্ডিশ্যনে কেবল ভিতৰৰ বতাহকহে চাৰ্কুলেট কৰে। যদি কোঠাত কৰ’না ভাইৰাছ বতাহত বিয়পি পৰে তেতিয়া ই আনকো সংক্ৰমিত কৰিব পাৰে।

‘ইনফেক্সাছ ডিজিজ ছ’চাইটি অফ আমেৰিকা’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি একাংশ বিজ্ঞানীয়ে প্ৰাথমিক অনুসন্ধানত লাভ কৰিছে যে এয়াৰ কণ্ডিশ্যনৰ পৰাও কৰ’না ভাইৰাছ বিয়পিব পাৰে। 

সেয়েহে, এই বিজ্ঞানীসকলে বিষয়টোত বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে মিলি সমগ্ৰ বিশ্বতে এক ব্যাপক গৱেষণাৰ প্ৰস্তাৱ ৰাখিছে। 

তেওঁলোকৰ মতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত এয়াৰ কণ্ডিশ্যনো আন এক কাৰণ হ’ব পাৰে। 

আনহাতে, নেব্ৰাস্কা বিশ্ববিদ্যালয়ত চলোৱা এক গৱেষণাত প্ৰথমবাৰৰ বাবে কোৱা হৈছে যে মাইক্ৰ’ ড্ৰপলেটছৰ বহু ক্ষুদ্ৰ কণিকাৰ জৰিয়তেও কৰ’না ভাইৰাছ বিয়পিব পাৰে। 

কেবল কাহিলে বা হাঁচিয়ালেই নহয়, কথা কোৱা আৰু শ্বাস-নিশ্বাসতো কৰ’না ভাইৰাছ বিয়পিব পাৰে বুলি ইয়াৰ পৰাই এটা ধাৰণা কৰা হৈছে। 

এতিয়া দুই মিটাৰ দূৰত্ব বজাই ৰাখিলেই কৰ’নাৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিব পাৰি বুলি থকা বিজ্ঞানীসকলৰ ধাৰণাৰ ওপৰতো প্ৰশ্নৰ অৱতাৰণা হৈছে।     

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd