• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহম্মদ ছামি-ছানিয়া মিৰ্জাৰ বিবাহৰ চৰ্চা! সকলো বিৱৰি ক’লে পিতৃ ইমৰাণ মিৰ্জাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2024 12:09 pm
53.3k
VIEWS
Share on FacebookShare on Twitter

মহম্মদ ছামী আৰু ছানিয়া মিৰ্জাই নিজৰ ক্ৰীড়া জীৱনত বহু সফলতা লাভ কৰিছে। কিন্তু ছানিয়া মিৰ্জা আৰু মহম্মদ শ্বামীৰ ব্যক্তিগত জীৱনহে মাথোঁ কণ্টকময়। এজন ভাৰতীয় টেনিছ জগতৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ, আনজন ভাৰতীয় ক্ৰিকেটৰ চেম্পিয়ন বলাৰ। কিন্তু তেওঁলোকৰ কোনো এজনৰ বিবাহ সম্পৰ্ক স্থায়ী নহ’ল। কিন্তু এতিয়া দুয়োজনে ইজনে সিজনক বিয়া কৰোৱাৰ জল্পনা-কল্পনা যথেষ্ট দিনৰ পৰাই প্ৰচাৰ হৈ আছে।

হাছিন জাহানৰ পত্নীয়ে মহম্মদ শ্বামীৰ বিৰুদ্ধে অভিযোগ এতিয়াও বন্ধ কৰা নাই। বৰ্তমান তেওঁলোকৰ বিবাহ বিচ্ছেদৰ গোচৰো বিচাৰাধীন হৈ আছে। ইফালে চলিত বৰ্ষৰ আৰম্ভণিতে শোয়েইব মালিকৰ তৃতীয় বিবাহৰ খবৰ শুনা গ’ল যে ছানিয়াই তেওঁক বিবাহ বিচ্ছেদ দিছে। এতিয়া গোটেই ছ’চিয়েল মিডিয়াত হঠাৎ হুলস্থুলৰ সৃষ্টি হৈছে যে ছানিয়া আৰু শ্বামীয়ে ইজনে সিজনক বিয়া কৰাইছে! এই কথা শুনি ক্ষুব্ধ হৈ পৰে টেনিছ তাৰকাগৰাকীৰ পৰিয়াল।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত দিয়া এক সাক্ষাৎকাৰত ছানিয়াৰ পিতৃ ইমৰাণ মিৰ্জাই কয় যে, “যি বাতৰি প্ৰচাৰ হৈছে সেয়া সম্পূৰ্ণ অসত্য আৰু ভুল। বিয়া হোৱাটো বহু দূৰৈৰ কথা, শ্বামীয়ে কেতিয়াও ছানিয়াকো লগ পোৱা নাই।” লগতে ইমৰাণ মিৰ্জাই এনে ভুল খবৰৰ বিষয়ে আলোচনা নকৰিবলৈ অনুৰোধ জনায়।

ভাৰতীয় টেনিছ তাৰকা তথা প্ৰাক্তন পাকিস্তানী ক্ৰিকেট তাৰকাগৰাকী ২০১০ চনৰ এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ পুত্ৰ ইজান মিৰ্জা মালিকৰ জন্ম হৈছিল ২০১৮ চনৰ অক্টোবৰ মাহত। বৰ্তমান তেওঁ ছানিয়াৰ সৈতে আছে। তেওঁৰ গোটেই পৃথিৱীখন এতিয়া তেওঁৰ পুত্ৰৰ আশে-পাশে ঘূৰি আছে। কিন্তু টেনিছ খেলিব নোৱাৰিলেও ছানিয়া টেনিছৰ বহু দূৰত নাই। তেওঁক ফ্ৰেন্স অ’পেনৰ বিশেষজ্ঞ হিচাপে দেখা যায়।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

কেন্দ্ৰৰ অনুৰোধত কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্প বাতিল এছিয়ান ডেভেলপমেণ্ট বেংকৰ

কেন্দ্ৰৰ অনুৰোধত কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্প বাতিল এছিয়ান ডেভেলপমেণ্ট বেংকৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

বিশ্ব মঞ্চ কঁপালে থাইলেণ্ডৰ যুৱতীয়ে! ২০২৫ চনৰ মিছ ৱৰ্ল্ড খিতাপ জয় অ’পাল সুচাটা চুৱাংশ্ৰীৰ

বিশ্ব মঞ্চ কঁপালে থাইলেণ্ডৰ যুৱতীয়ে! ২০২৫ চনৰ মিছ ৱৰ্ল্ড খিতাপ জয় অ’পাল সুচাটা চুৱাংশ্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd