• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খুলি খুলি খাইছে নেকি বিচ্ছেদৰ বেদনাই? জানি লওক মন ভালে ৰখাৰ কিটিপ

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
July 30, 2025 6:30 am
128
VIEWS
Share on FacebookShare on Twitter

প্ৰেমৰ দৰেই বিচ্ছেদো জীৱনৰ এক অংগ। ই এক অতি স্বাভাৱিক কথা। কিন্তু বহুতে চম্ভালিব নোৱাৰে। প্ৰাক্তনৰ সৈতে কটোৱা মুহূৰ্তবোৰ মনলৈ আহি থাকে। বাৰে বাৰে প্ৰশ্ন উত্থাপন হয়, মোৰ লগত কিয় এনেকুৱা হ’ল? যাৰ ফলত মানসিক চাপ বৃদ্ধি পায়। বিচ্ছেদৰ বেদনা কেনেকৈ চম্ভালিব পাৰি আজি জানো আহক–

আপুনি আপোনাৰ প্ৰাক্তনৰ বাবে কষ্ট পাইছে, এই কষ্ট গ্ৰহণ কৰক। যেতিয়ালৈকে আপুনি আপোনাৰ অনুভৱবোৰ গ্ৰহণ নকৰে তেতিয়ালৈকে বিষটো কোনো ধৰণে লাঘৱ কৰিব নোৱাৰি। বাস্তৱক মানি লওক।

বিচ্ছেদৰ লগে লগে জীৱনৰ ৰুটিন সলনি হয়। স্বাভাৱিকতে নিজৰ জীৱনটো পুনৰ সংগঠিত কৰাৰ কামটো এটা সমস্যা হৈ পৰে। এই পৰিস্থিতিত নিজকে ভাল পাওক। মনত ৰাখিব যে আপুনিহে নিজকে ১০০ শতাংশ নিস্বাৰ্থভাৱে ভাল পাব পাৰে। আপুনি গম পাব যে আপুনি যদি নিজকে ভাল নাপায় তেন্তে আনক ভালপোৱা সম্ভৱ নহয়।

নিজৰ অনুভৱবোৰ শ্বেয়াৰ কৰক। প্ৰয়োজন হ’লে কান্দিব। গান শুনক, গল্পৰ কিতাপ পঢ়ক। বাস্তৱৰ লগত নিজকে অভ্যস্ত কৰক।

প্ৰাক্তন সংগীৰ ওপৰত খং নাথাকিব। বিচ্ছেদ হ’ব পাৰে। ই অতি স্বাভাৱিক। কাৰণ যিয়েই নহওক, খং আৰু ক্ষোভ পাহৰি আগবাঢ়ি যাওক। মনত ৰাখিব, সকলো ঘাঁ ভাল কৰাৰ শক্তি সময়ৰ আছে।

মানসিক অস্থিৰতা হ্ৰাস কৰিবলৈ প্ৰকৃতিৰ লগত জড়িত হওক। মুকলি আকাশৰ তলত উশাহ লওক। আপুনি দেখিব যে প্ৰকৃতিয়ে আপোনাৰ মনটোক নিমিষতে ভাল কৰি তুলিছে।

Recent News

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd