• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিবাহৰ ১৪ বছৰৰ পিছত বিচ্ছেদ ঘটিল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2023 2:37 pm
বিবাহৰ ১৪ বছৰৰ পিছত বিচ্ছেদ ঘটিল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবাহৰ ১৪ বছৰ পিছত বলীউডৰ অভিনেত্ৰী ঈশা কোপিকাৰৰ ঘৰ ভাঙিছে। টিমি নাৰঙৰ সৈতে তেওঁৰ বিচ্ছেদৰ খবৰ নিশ্চিত কৰিছে সংবাদ মাধ্যমে। জানিব পৰা মতে, ঈশাই ৯ বছৰীয়া কন্যা ৰিয়ানাৰ সৈতে স্বামীৰ ঘৰৰ পৰা ওলাই আহিছে। যোৱা মাহতে তেওঁলোকৰ বিচ্ছেদ চূড়ান্ত হৈছে।

বিচ্ছেদ সন্দৰ্ভত অৱশ্যে ঈশা বা টিমিয়ে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। অৱশ্যে তেওঁলোকৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, বিভিন্ন মতানৈক্যৰ বাবে তেওঁলোকে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে। বিয়াখন বচাবলৈ চেষ্টা কৰিছিল কিন্তু শেষত কাম নহ’ল।

সংবাদ মাধ্যমৰ আগত ঈশাই কয় যে মোৰ ক’বলগীয়া একো নাই। মোক ব্যক্তিগত গোপনীয়তা লাগে, আশাকৰোঁ আপোনালোকে এই সকলোবোৰ মনত ৰাখিব।

অভিনেত্ৰী ঈশা কোপিকাৰ। ফাইল ফটোঃ সংগ্ৰহীত।

ঈশা আৰু টিমিৰ প্ৰথম লগ হয় জিমত। ইয়াৰ পিছত তেওঁলোকৰ মাজত বন্ধুত্ব গঢ় লৈ উঠে। বিয়াৰ পূৰ্বে তিনি বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল। ২০০৯ চনত এই দম্পতীয়ে বিবাহপাশত আবদ্ধ হয়।

মডেলিঙৰ জৰিয়তে মনোৰঞ্জনৰ জগতখনত প্ৰৱেশ কৰিছিল ঈশাই। ১৯৯৭ চনত তেলেগু চিনেমা ডব্লিউ বাই ভি,. ভাৰা প্ৰসাদৰ ছবিৰ সৈতে তেওঁ চলচ্চিত্ৰত অভিষেক ঘটায়। পিছৰ বছৰত তেওঁ হিন্দী ছবি `এক থা দিল, এক থি ধড়কন’ত অভিনয় কৰে।

অভিনেত্ৰী ঈশা কোপিকাৰ আৰু স্বামী টিমি নাৰং। ফাইল ফটোঃ সংগ্ৰহীত।

দীৰ্ঘদিনীয়া কেৰিয়াৰত হিন্দী, তেলেগু, কানাড়া, মাৰাঠী ছবিত অভিনয় কৰা ঈশাই অভিনয়তকৈ আইটেম গীতত অভিনয় কৰাৰ বাবে বেছি পৰিচিত। ২০০২ চনত ৰাম গোপাল বাৰ্মাৰ ‘কোম্পানী’ ছবিৰ আইটেম গীত ‘খল্লাছ’ বহুলভাৱে জনপ্ৰিয় হয়। আন এটা আইটেম নম্বৰ ‘ইছহাক সমন্দৰ’ৰ পিছত ই আৰু বিয়পি পৰে।

অভিনেত্ৰী ঈশা কোপিকাৰ। ফাইল ফটোঃ সংগ্ৰহীত।

শেহতীয়াকৈ তেওঁৰ ছবিৰ সংখ্যা কমিছে যদিও তেওঁ হিন্দী আৰু দক্ষিণ ভাৰতীয় চিনেমাত  অনিয়মিতভাৱে কাম কৰি আহিছে। তেলেগু ভাষাত তেওঁৰ অন্তিমখন চিনেমা ‘আয়ালন’ নতুন বছৰত মুক্তি পাব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd