• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩৬ টা ব্ৰডবেণ্ড উপগ্ৰহ উৎক্ষেপণ কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 22, 2022 9:50 pm
৩৬ টা ব্ৰডবেণ্ড উপগ্ৰহ উৎক্ষেপণ কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই। মহাকাশ গৱেষণা সংস্থাটোৱে ৩৬ টা ব্ৰডবেণ্ড উপগ্ৰহৰ প্ৰথম বাণিজ্যিক উৎক্ষেপণৰ বাবে সাজু হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই সংস্থাটোৰ আটাইতকৈ ডাঙৰ ৰকেট এলভিএম৩-এম২ ত ৩৬ টা ব্ৰডবেণ্ড যোগাযোগ উপগ্ৰহ উৎক্ষেপণৰ কাউন্টডাউন ২১ অক্টোবৰৰ পৰা অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটা স্পেচপোৰ্টত আৰম্ভ কৰিছিল।

এলভিএম৩-এম২ অভিযান টো বিশেষভাৱে নিউস্পেচ ইণ্ডিয়া লিমিটেড (এনএছআইএল)ৰ অধীনত কৰা হৈছে। ই হৈছে প্ৰথম মাল্টি-চেটেলাইট মিছন, যি এলভিএম৩ (৫,৭৯৬ কিগ্ৰা)ৰ জৰিয়তে ৩৬ টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ দিহা কৰিছে। এই উপগ্ৰহ কেইটাই যোগাযোগ নেটৱৰ্ক তথা ইণ্টাৰনেট সেৱা শক্তিশালী কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰা হৈছে। এই উপগ্ৰহই বাণিজ্যৰ বিস্তাৰতো সহায় কৰিব।

ব্ৰিটেইনস্থিত কোম্পানী নেটৱৰ্ক এক্সেছ এছ’চিয়েটছ লিমিটেড আৰু নিউস্পেচ ইণ্ডিয়া লিমিটেডৰ মাজত হোৱা ব্যৱসায়িক চুক্তিৰ অংশ হিচাপে এই অভিযানটো সম্পন্ন কৰা হ’ব। উপগ্ৰহসমূহ পৃথিৱীৰ পৰা ১,২০০ কিমি ওপৰত স্থাপন কৰা হ’ব। উল্লেখ্য ইছৰোৰ জিএছএলভি-এমকে-৩ৰ পূৰ্বৰ চাৰিটা অভিযান সফল হৈছিল, যাৰ ভিতৰত আছিল চন্দ্ৰযান-২ আছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

August 15, 2025 10:04 am
অপাৰেচন সিন্দুৰত দেখুওৱা বীৰত্বৰ বাবে শৌৰ্য্য চক্ৰৰে সন্মানিত অসমৰ মেজৰ ভাৰ্গৱ কলিতা

অপাৰেচন সিন্দুৰত দেখুওৱা বীৰত্বৰ বাবে শৌৰ্য্য চক্ৰৰে সন্মানিত অসমৰ মেজৰ ভাৰ্গৱ কলিতা

August 15, 2025 9:16 am
‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

August 15, 2025 8:38 am
‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

August 15, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

August 15, 2025 10:04 am
অপাৰেচন সিন্দুৰত দেখুওৱা বীৰত্বৰ বাবে শৌৰ্য্য চক্ৰৰে সন্মানিত অসমৰ মেজৰ ভাৰ্গৱ কলিতা

অপাৰেচন সিন্দুৰত দেখুওৱা বীৰত্বৰ বাবে শৌৰ্য্য চক্ৰৰে সন্মানিত অসমৰ মেজৰ ভাৰ্গৱ কলিতা

August 15, 2025 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd