• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ISROৱে পুনৰ ৰচিলে ইতিহাস! উৎক্ষেপণ কৰিলে ৩৬ টা উপগ্ৰহৰ সৈতে আটাইতকৈ গধুৰ ৰকেট LVM-3

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2023 10:06 am
253
VIEWS
Share on FacebookShare on Twitter

ইছৰোৱে আজি ইয়াৰ আটাইতকৈ গধুৰ ৰকেট এলভিএম-৩ উৎক্ষেপণ কৰে। ব্ৰিটেইনৰ কোম্পানী ৱানৱেবৰ ৩৬ টা ব্ৰডবেণ্ড উপগ্ৰহ কঢ়িয়াই ৰকেটটো অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৰা মাৰে।

ইছৰোৰ লক্ষ্য হৈছে বিশ্বক উন্নত সংযোগ প্ৰদান কৰা। ব্ৰিটেইন-ভিত্তিক নেটৱৰ্ক এক্সেছ এছ’চিয়েটছ লিমিটেডে (ৱানৱেব গ্ৰুপ কোম্পানী) ইছৰোৰ বাণিজ্যিক শাখা নিউস্পেচ ইণ্ডিয়া লিমিটেডৰ সৈতে ৭২ টা উপগ্ৰহ পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে।

ৱানৱেবৰ বাবে প্ৰথম ৩৬ টা উপগ্ৰহ ২৩ অক্টোবৰ, ২০২২ তাৰিখে উৎক্ষেপণ কৰা হৈছিল। ইছৰোৱে এক জাননীত কৈছে যে এলভিএম-এম৩ / ৱানৱেব ইণ্ডিয়া-২ অভিযানৰ গণনা আৰম্ভ হৈছে। ইছৰোৰ বাবে এইটো ২০২৩ চনৰ দ্বিতীয়টো উৎক্ষেপণ।

ISRO successfully launches LVM-3 M-3 rocket carrying 36 satellites. pic.twitter.com/bTdE22AbkR

— IMSV (@imsvnet) March 26, 2023

ৱানৱেবে কয় যে ১৮ তম উৎক্ষেপণ সম্পূৰ্ণ হৈছে। আৰু ৩৬ টা উপগ্ৰহ উৎক্ষেপণৰ সৈতে পৃথিৱীৰ কক্ষপথত স্থাপন কৰা আমাৰ উপগ্ৰহৰ সংখ্যা হ’ব ৬১৬টা। এইবছৰ গোলকীয় সেৱা আৰম্ভ কৰিবলৈ ইয়েই পৰ্যাপ্ত।

Recent News

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

দিনটোত ১০ ঘণ্টাৰ কৰ্মৰ সময়! অন্ধ্ৰ চৰকাৰে ৯ ঘণ্টাৰ পৰা বৃদ্ধি কৰিলে কামৰ সময়

দিনটোত ১০ ঘণ্টাৰ কৰ্মৰ সময়! অন্ধ্ৰ চৰকাৰে ৯ ঘণ্টাৰ পৰা বৃদ্ধি কৰিলে কামৰ সময়

বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰঃ পিছে সমালোচকে কি কয়?

বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰঃ পিছে সমালোচকে কি কয়?

ইছৰ’ৰ বাণিজ্যিক শাখা এণ্ট্ৰিক্সৰ বিৰুদ্ধে ১.২৯ বিলিয়ন ডলাৰৰ গোচৰ আগবঢ়াই নিয়াৰ নিৰ্দেশ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

ইছৰ’ৰ বাণিজ্যিক শাখা এণ্ট্ৰিক্সৰ বিৰুদ্ধে ১.২৯ বিলিয়ন ডলাৰৰ গোচৰ আগবঢ়াই নিয়াৰ নিৰ্দেশ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd