• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Moonlighting: ‘মুনলাইটিং’ৰ অপৰাধত ৩০০ কৰ্মচাৰীক চাকৰিৰ পৰা ছাটাই কৰিলে উইপ্ৰোৱে! মানেনো নো কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2022 6:58 pm
145
VIEWS
Share on FacebookShare on Twitter

Wipro fires 300 employees for moonlighting উইপ্ৰোৱে একে সময়তে ইয়াৰ ৩০০ জন কৰ্মচাৰীক চাকৰিৰ পৰা ছাটাই কৰিছে। সেই কৰ্মচাৰীসকলৰ অপৰাধ তেওঁলোকে ‘মুনলাইটিং’ কৰি আছিল। উইপ্ৰোৰ অধ্যক্ষ ৰিশাদ প্ৰেমজীয়ে কয় যে  ৩০০ কৰ্মচাৰীয়ে মুনলাইটিং আৰু আনকি প্ৰতিদ্বন্দী কোম্পানীৰ বাবেও কাম কৰি থকাটো কোম্পানীটোৱে চিনাক্ত কৰিবলৈ সক্ষম হৈছে। এনে কৰ্মচাৰীসকলৰ বাবে কোম্পানীত কোনো স্থান নাই।

দৰাচলতে মুনলাইটিং মানেনো কি? যেতিয়া এটা কোম্পানীত কাম কৰা কৰ্মচাৰী এজনে একে সময়তে আন এটা কোম্পানীৰ বাবে কাম কৰে তাকেই মুনলাইটিং বুলি কোৱা হয়।

এই ক্ষেত্ৰত মুখ্য কোম্পানীটোৰ কৰ্তৃপক্ষক সম্পূৰ্ণ অন্ধকাৰত ৰাখি এই কাম কৰা হয়। এনে কাৰ্যকলাপ ডাঙৰ কোম্পানীবোৰে গ্ৰহণ নকৰে কিয়নো তেওঁলোকৰ দাবী যে ই ‘উৎপাদনশীলতা’ প্ৰভাৱিত কৰে।   

মহামাৰীৰ সময়ত ব্যাপকভাৱে চৰ্চালৈ আহিছিল মুনলাইটিং। কিয়নো সেই সময়ত তথ্য প্ৰযুক্তি কোম্পানীবোৰে তেওঁলোকৰ কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম কৰাৰ স্বাধীনতা দিছিল (ৱৰ্ক ফ্ৰম হ’ম)। ইয়াত মূল কোম্পানীক ফাঁকি দি আন ঠাইত অংশকালীন কাম কৰি উপাৰ্জনৰ পথ প্ৰশস্ত কৰিছিল।

There is a lot of chatter about people moonlighting in the tech industry. This is cheating – plain and simple.

— Rishad Premji (@RishadPremji) August 20, 2022

উইপ্ৰোৰ দৰে মুনলাইটিং-ত আন এটা প্ৰযুক্তি প্ৰতিষ্ঠান ইনফোচিছেও কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। কৰ্মচাৰীসকলক ই-মেইলযোগে জনোৱা হৈছিল যে তেওঁলোকে কোম্পানীক অৱগত নকৰাকৈ আন কোনো চাকৰিত সোমাব নোৱাৰিব। যদি এই নিয়ম উলংঘা কৰা হয় তেন্তে চাকৰি হেৰুৱাব লাগিব।

Recent News

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd