• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘উত্তৰ-পূবতো হ’ব পাৰে ছিকিমৰ দৰে পৰিস্থিতি’-সকীয়ালে পদ্মশ্ৰী যাদৱ পায়েঙে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2023 10:30 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

870
VIEWS
Share on FacebookShare on Twitter

নদীৰ প্ৰাকৃতিক সোঁতত বাধাৰ সৃষ্টি কৰিবলৈ বান্ধ নিৰ্মাণ কৰিলে বাৰে বাৰে ছিকিমৰ দৰে ঘটনা সংঘটিত হ’ব৷ এনে এক বিস্ফোৰক মন্তব্য কৰিছে ফৰেষ্ট মেন নামেৰে পৰিচিত পদ্মশ্ৰী বঁটা বিজয়ী যাদৱ পায়েঙে।

দেওবাৰে তেওঁ পশ্চিমবংগৰ জলপাইগুৰিত পৰিৱেশ কৰ্মীসকলে আয়োজন কৰা এক সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানৰ শেষত তেওঁ সাংবাদিকসকলৰ মুখামুখি হৈ সমগ্ৰ দেশতে পৰিৱেশ ধ্বংস কৰি উন্নয়নৰ তীব্ৰ বিৰোধিতা কৰি এই মন্তব্য কৰে।

তেওঁৰ মতে, পাহাৰত প্ৰকৃতিৰ ধ্বংসই ছিকিমৰ দুৰ্যোগৰ অন্যতম কাৰণ।

লগতে পঢ়কঃ পাঁচ ৰাজ্যত নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ; আজি ভোটদানৰ তাৰিখ ঘোষণা কৰিব নিৰ্বাচন আয়োগে

জলপাইগুৰি চহৰৰ মাজেৰে বৈ যোৱা কাৰ্লা নদীক টেমছ নদীৰ লগত তুলনা কৰা হয়। ২০১১ চনত সেই নদীত ভয়ংকৰ বিষক্ৰিয়া হৈছিল। ইয়াৰ পিছত নদীৰ মাছ ক্ৰমান্বয়ে কমি আহিল। প্ৰকৃতিপ্ৰেমী জলপাইগুৰি নামৰ নদী আৰু পৰিবেশপ্ৰেমীৰ এটা সংগঠনে বিগত কেইবছৰমানৰ পৰা কাৰ্লা নদীত মাছৰ পোনা মুকলি কৰি আহিছে।

তেওঁলোকৰ আমন্ত্ৰণতে জলপাইগুৰিলৈ গৈছিল যাদৱ পায়েং। তাত তেওঁ কাৰ্লা নদীত মাছ এৰি দিয়াৰ লগতে বৃক্ষৰোপণকে ধৰি একাধিক অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

নিজেই এক পৰিত্যক্ত বাকৰিক অৰণ্যলৈ পৰিৱৰ্তন কৰি বন্যপ্ৰাণীৰ বাবে এখন সুন্দৰ বনভূমি গঢ়ি তোলা পৰিৱেশ কৰ্মী যাদৱ পায়েঙক জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে ফৰেষ্ট মেন অফ ইণ্ডিয়া উপাধি প্ৰদান কৰে। পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে।

লগতে পঢ়কঃ ভাইৰেল হৈ পৰিছে এজন ‘কুকি’ লোকক জীৱন্তে জ্বলাই দিয়াৰ ভিডিঅ! বিৰোধীৰ প্ৰতিক্ৰিয়া

জলপাইগুৰিত পৰিৱেশ সম্পৰ্কীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি যাদৱ পায়েঙে কয়, ‘প্ৰকৃতি ধ্বংস কৰা উন্নয়ন আৰু অপৰিকল্পিতভাৱে বান্ধ নিৰ্মাণ কৰাটো ছিকিমৰ দুৰ্যোগৰ অন্যতম কাৰণ। ইয়াৰ পূৰ্বে এই ধৰণৰ ঘটনা সংঘটিত হৈছিল হিমাচল প্ৰদেশত। ভৱিষ্যতেও যদি এনেদৰে চলি থাকে তেন্তে উত্তৰ-পূব ভাৰততো এই ঘটনাৰ পুনৰাবৃত্তি হ’ব। অসমৰ হাফলঙত ৰেল ষ্টেচন নিৰ্মাণৰ বাবে বহু গছ কটা হৈছে। এতিয়া তাৰ পৰিণাম ভুগিবলগীয়া হৈছে।” 

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd