• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৌৰ নিৰ্বাচনত অন্ধ্ৰত ধূলিস্যাৎ বিজেপি-টিডিপি, ৭৫ খনৰ ৭৩ খনতে বিজয়ী ৱাইএছআৰ কংগ্ৰেছ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2021 9:35 am
a jagan_571_855
578
VIEWS
Share on FacebookShare on Twitter

দক্ষিণৰ ৰাজ্যসমূহত বিজেপি ক্ৰমাৎ খোপনি হেৰুৱাবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ সেই কথাৰ প্ৰমাণ হোৱা গ’ল অন্ধ্ৰ প্ৰদেশত।

অন্ধ্ৰৰ পৌৰ নিৰ্বাচনত কেন্দ্ৰত শাসনাধিষ্ঠিত গেৰুৱা দলটোৱে লাজ লগাকৈ পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছে।

ৰাজ্য খনৰ ৭৫ খন পৌৰ সভাৰ ভিতৰৰে ৭৩ খনতে বিজয় সাৱস্ত্য কৰিবলৈ সক্ষম হৈছে ৱাইএছআৰ কংগ্ৰেছ।

উচ্চ ন্যালয়ৰ বাধাৰ বাবে ইলুৰু  পৌৰ সভাৰ ভোটগণনা এতিয়ালৈকে হোৱা নাই।

জগন মোহন ৰেড্ডী নেতৃত্বাধীন ৱাইএছআৰ কংগ্ৰেছ দলে পৌৰ নিৰ্বাচনত একাধিপত্য বিস্তাৰ কৰাৰ বিপৰীতে তেলেগু দেশম পাৰ্টীয়ে তাৰিপাত্ৰী আৰু মাইডুকুৰ পৌৰসভাত জয়লাভ কৰিছে।

বিজেপি, চিপিআই আৰু চিপিএমে লাভ কৰিবলৈ সক্ষম হৈছে মাত্ৰ এখনকৈ আসন।

৬৭১ টা ৱাৰ্ডৰ ভিতৰত ৱাইএছআৰ কংগ্ৰেছে লাভ কৰিছে ৪২৫ টা ৱাৰ্ড, তেলেগু দেশমে ৮০ টা,জেএছপিয়ে ৭ টা,চিপিএমে ২টা,চিপিআই আৰু বিজেপিয়ে ১ টাকৈ ৱাৰ্ডত বিজয়ী হৈছে।

উল্লেখ্য দক্ষিণৰ ৰাজ্য অন্ধ্ৰপ্ৰদেশত সৌসিদিনালৈকে টিডিপি ব্যাপক প্ৰভাৱ আছিল যদিও এতিয়া আৰু দলটোৰ সেই প্ৰভাৱ নাই।

একেদৰে বিজেপি দলটোও ৰাজ্য খনত একেবাৰে নিশকতীয়া হৈ পৰা পৰিলক্ষিত হৈছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd