• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এক হৃদয়বিদাৰক ঘটনা! শিৱসাগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ ৰহস্যজনক মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2025 12:11 pm
446
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ ৰহস্যজনক মৃত্যুৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱ খেলুৱৈগৰাকীয়ে বিষ পান কৰি বিহপান কৰি চূড়ান্ত পথ বাছি লোৱাৰ সন্দেহ কৰা হৈছে। শিৱসাগৰৰ ১৭ বছৰীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ আত্মহননৰ ঘটনাই স্তম্ভিত কৰি তুলিছে পৰিয়াল তথা শুভাকাংশক্ষীক।

ঘটনাৰ পিছতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু চিকিৎসাৰ পূৰ্বে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। যুৱ খেলুৱৈগৰাকীৰ অত্মহনৰ আঁৰৰ সঠিক কাৰণ এই সময়ত জানিব পৰা হোৱা নাই। কৰ্তৃপক্ষই এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে জিমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জাত স্বৰ্ণ পদক জয় কৰিছিল আৰু অসম এনাৰ্জী ইনষ্টিটিউৰ ছাত্ৰী আছিল। প্ৰসংগক্ৰমে, যোৱা বছৰ বহিৰাগতৰ দ্বাৰা জিমি দাস শাৰীৰিক আক্ৰমণৰ বলি হোৱাৰ পিছতে চৰ্চালৈ আহিছিল। আৰু পিছত তেওঁৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছিল। খেলুৱৈগৰাকীৰ অকাল বিয়োগে ক্ৰীড়া সমাজত শোকৰ ছাঁ পেলাইছে।

এই ঘটনাই মানসিক স্বাস্থ্যৰ সজাগতা আৰু দুৰ্দশাগ্ৰস্ত যুৱসমাজৰ বাবে শক্তিশালী সমৰ্থন ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ বিষয়টো পুনৰ অলোকপাত কৰিছে।

Tags: ArmWrestlingChampionAssamNewsAthleteSupportIndianSportsJimmyDasMentalHealthAwarenessMentalHealthMattersRIPJimmyDasSivasagarSportsTragedyStopSuicideYouthSupport

Recent News

ঋষভ পন্টে কিয় ভৰিব লগা হ’ল ৬৬ লাখ টকাৰ জৰিমনা? পঢ়ক সবিশেষ…

ঋষভ পন্টে কিয় ভৰিব লগা হ’ল ৬৬ লাখ টকাৰ জৰিমনা? পঢ়ক সবিশেষ…

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ ভিত্তিত উত্থাপিত দুৰ্নীতিৰ অভিযোগত ক্লিন ছিট পালে ছেবিৰ প্ৰাক্তন অধ্যক্ষ মাধৱী বুসে

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ ভিত্তিত উত্থাপিত দুৰ্নীতিৰ অভিযোগত ক্লিন ছিট পালে ছেবিৰ প্ৰাক্তন অধ্যক্ষ মাধৱী বুসে

বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ

বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ

ইন্দিৰা গান্ধীৰ নামত থকা ষ্টেডিয়ামৰ নাম সলনি! সংবাদমেলত ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ইন্দিৰা গান্ধীৰ নামত থকা ষ্টেডিয়ামৰ নাম সলনি! সংবাদমেলত ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd