• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইণ্ডিয়ান অইলত চাকৰি; ১৪৯৪টা পদত নিয়োগৰ বাবে আবেদন আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 28, 2019 10:29 am
slider3

প্ৰতিনিধিত্বমূলক ফটো

8k
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড (IOCL)য়ে ট্ৰেড এণ্ড টেকনিচিয়ান এপ্ৰেন্টিচ পদৰ বাবে আবেদন বিচাৰিছে।

আবেদন পত্ৰ দাখিলৰ অন্তিম তাৰিখ অহা ১৫ নৱেম্বৰ। চাকৰিৰ সন্ধানত থকা প্ৰাৰ্থীসকলৰ বাবে এটা ভাল সুযোগ। কেনেকৈ আবেদন কৰিব? চাওক সৱিশেষ।

পদৰ সংখ্যাঃ

ট্ৰেড এণ্ড টেকনিচিয়ান এপ্ৰেন্টিচৰ ১৪৯৪ টা পদৰ বাবে আবেদন বিচৰা হৈছে।

অৰ্হতাঃ

পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা দশম শ্ৰেণী, আই টি আই ডিপ্ল’মা আৰু স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

বয়সৰ সীমাঃ

প্ৰাৰ্থী ন্যুনতম বয়স ১৮ বছৰৰ পৰা সৰ্বোচ্চ ২৪ বছৰ বয়সৰ ভিতৰত হ’ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে বয়সৰ সীমা নিয়মানুযায়ী শিথিল কৰা হ’ব।

নিযুক্তি প্ৰক্ৰিয়াঃ

প্ৰাৰ্থীসকল নিযুক্তি লিখিত পৰীক্ষাৰ ভিত্তিত প্ৰদান কৰা হ’ব।

গুৰুত্বপূৰ্ণ তাৰিখঃ

২৫ অক্টোবৰৰ পৰা আবেদন পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আবেদন পত্ৰ পূৰণৰ অন্তিম তাৰিখ অহা ১৫ নৱেম্বৰ।

নিযুক্তিৰ স্থানঃ

নিযুক্তি দেশৰ যিকোনো অঞ্চলত হ’ব পাৰে।

আনহাতে, নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলৰ দৰমহা IOCLৰ নিয়ম অনুসৰি  প্ৰদান কৰা হ’ব।  প্ৰাৰ্থীসকলে আবেদনৰ বাবে কোনো মাছুল আদায় দিব নালাগে।

আগ্ৰহী প্ৰাৰ্থীসকলে আনুষ্ঠানিক ৱেবছাইট  www.iocl.com আৰু www.ioclrecruit.com&nbsp ত গৈ বিশদভাৱে জানি ল’ব পাৰে।

Recent News

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd