• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানহানিৰ গোচৰত জয়ী ‘জেক স্পেৰো’ খ্যাত জনি ডেপ: পুনৰ আপীলৰ দিশে এম্বাৰ হাৰ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2022 1:55 pm
Johnny Depp Amber Heard case
166
VIEWS
Share on FacebookShare on Twitter

অৱশেষত দীৰ্ঘদিনীয়া বিবাদৰ অন্তত প্ৰাক্তন পত্নী এম্বাৰ হাৰ্ডৰ বিৰুদ্ধে হাই প্ৰফাইল মানহানিৰ গোচৰত জয়ী হৈছে হলীউড তাৰকা জনি ডেপ ওৰফে ‘কেপ্টেইন জেক স্পেৰো’।

অৱশ্যে ডেপ গোচৰটোত জয়ী হয় যদিও শেহতীয়া খবৰ অনুসৰি এম্বাৰে এই ৰায়টোৰ বিৰুদ্ধে পুনৰ আপীল কৰিব পাৰে বুলি জানিব পৰা গৈছে।

ৱাশ্বিংটন পোষ্টৰ বাবে এম্বাৰে লিখা এটা অ’প-এডৰ বাবে জনি জেপে এম্বাৰৰ বিৰুদ্ধে প্ৰায় ৫০ মিলিয়ন ডলাৰৰ গোচৰ ৰুজু কৰিছিল।

অ’প-এডটোত এম্বাৰে নিজকে “ঘৰুৱা উৎপীড়নক প্ৰতিনিধিত্ব কৰা ৰাজহুৱা ব্যক্তি” বুলি অভিহিত কৰিছিল।

ইয়াৰ পাছতে ডেপে এম্বাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। জনি ডেপৰ গোচৰৰ পাছতে এম্বাৰেও জনিৰ বিৰুদ্ধে ১০০ নিযুত ডলাৰৰ গোচৰ ৰুজু কৰিছিল।

এম্বাৰে অভিযোগ কৰিছিল যে তেওঁলোকৰ ১৫ মহীয়া বৈবাহিক সম্বন্ধৰ সময়ত নিতৌ ঘৰুৱা হিংসাৰ বলি হৈছিল।

অৱশ্যে শুনানিৰ পিছত জুৰীয়ে জনি ডেপক ১৫ নিযুত ডলাৰ ক্ষতিপূৰণ প্ৰদান কৰে। আনহাতে এম্বাৰ হাৰ্ড টেবলইডৰ প্ৰৱন্ধৰ ওপৰত ৰুজু কৰা গোচৰত জয়ী হয় আৰু জুৰীয়ে হাৰ্ডক ২ মিলিয়ন ডলাৰৰ ক্ষতিপূৰণ প্ৰদান কৰে।

অৱশ্যে জুৰীৰ ৰায়ৰ পিছতে হাৰ্ডে হতাশা ব্যক্ত কৰি এটা টুইটত লিখিছিল, “আজি মই অনুভৱ কৰা হতাশা শব্দৰ বাহিৰত। মই দাখিল কৰা অসংখ্য প্ৰমাণো মোৰ প্ৰাক্তন স্বামীৰ অপৰ্যাপ্ত শক্তি আৰু প্ৰভাৱৰ বিৰুদ্ধে থিয় দিবলৈ পৰ্যাপ্ত নাছিল। এই ৰায়টোৱে আন মহিলাসকলৰ বাবে কি বুজায় তাক লৈ মই আৰু অধিক হতাশ হৈ পৰিছো।”

উল্লেখ যে কেইবা বছৰৰো প্ৰেমৰ সম্পৰ্কৰ পিছত ডেপ আৰু হাৰ্ডে বিবাহপাশত আৱদ্ধ হৈছিল।অৱশ্যে ২০১৬ চনৰ ২৩ মে’ত এম্বাৰে জনিৰ পৰা বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল।

এম্বাৰে তেওঁলোকৰ বৈবাহিক সম্পৰ্কৰ সময়ত ডেপে তেওঁক শাৰীৰিক উৎপীড়ন কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু ড্ৰাগছ বা সুৰাৰ ৰাগীত এনে কৰিছিল বুলি দাবী কৰিছিল।

Recent News

অসমত সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অপচেষ্টাঃ  ধুবুৰীত ৩০ জন, লখিমপুৰত ৫জনক গ্ৰেপ্তাৰ

অসমত সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অপচেষ্টাঃ  ধুবুৰীত ৩০ জন, লখিমপুৰত ৫জনক গ্ৰেপ্তাৰ

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd