• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিডৰ সংহাৰ: বাতিল হ’ল ঐতিহাসিক জোনবিল মেলা, পালন কৰা হ’ব কেৱল ধৰ্মীয় পৰম্পৰাহে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 20, 2022 10:28 am
ফাইল ফটো

ফাইল ফটো

153
VIEWS
Share on FacebookShare on Twitter

বিশ্বত্ৰাস সৃষ্টি কৰা অতিমাৰী ক’ৰ’নাৰ সংহাৰৰ বাবেই বাতিল কৰা হ’ল ঐতিহাসিক জোনবিল মেলা। কেৱল পৰম্পৰা ৰক্ষা কৰিয়েই ধৰ্মীয় ৰীতি খিনিহে এইবাৰ পালন কৰা হ’ব।

সেই মৰ্মে আজি জাগীৰোডৰ দেওঁশাল মন্দিৰত গোভা ৰজাই কণী ভাঙি জোনবিল মেলাৰ আনুষ্ঠানিকতা খিনি সম্পন্ন কৰে।

উল্লেখ্য এই প্ৰাচীন মেলালৈ পাহাৰৰ মামা-মামীসকলৰে ভৈয়ামৰ লোকৰ সম্প্ৰতিৰ ‘বিনিময় প্ৰথা’ আৰু সমূহীয়াকৈ মাছ ধৰা পৰ্ব অনুষ্ঠিত হৈ আহিছিল।

জোনবিল মেলাত জনগোষ্ঠীয় খাদ্য মেলা, বাণিজ্য মেলা, কাঠৰ দোকান আৰু সাংস্কৃতিক অনুষ্ঠান সমূহ বাতিল কৰা ।
ঐতিহাসিক যুগৰে পৰা পৰম্পৰাগতভাৱে চলি অহা ইতিহাসপ্ৰসিদ্ধ জোনবিল মেলাথলীত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ সমাগমেৰে জনসমুদ্ৰত পৰিণত হয়।

জাগীৰোড নগৰৰ পৰা পাঁচ কিলোমিটাৰ উত্তৰে জোনবিলৰ পাৰত অনুষ্ঠিত পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ ক্ষেত্ৰত পৰিণত জোনবিল মেলাত আধুনিক যুগৰ মুদ্ৰা প্ৰচলনৰ বিপৰীতে পৌৰাণিক বিনিময় প্ৰথা উজলি উঠে।

জোনবিলত আৰম্ভ হয় সমূহীয়া মাছমৰা পৰ্ব আৰু পৰম্পৰাগত কুকুৰা যুঁজ।

মামা-মামীসকলে নিজৰ লগত অনা আদা, হালধি, লাও, কচু, শিল কোমোৰা আদিৰ লগত ভৈয়ামৰ সান্দহ, তিলপিঠা, লাড়ু, মাছ আদিৰে প্ৰত্যক্ষ বিনিময় কৰে।

কিন্তু কোভিডৰ সংহাৰৰ বাবেই এইবাৰ তেনে কাৰ্যসূচীসমূহ বাতিল কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে পালন কৰা হ’ব কেৱল ধৰ্মীয় আচাৰ-ৰীতি খিনিহে।

Recent News

বিয়াৰ পূৰ্বেই পৰিয়ালক সকীয়াই দিছিল সোণমে! জোৰ জুলুমকৈ বিয়া দিয়াৰ ফলত এতিয়া ধ্বংস দুটা পৰিয়াল

বিয়াৰ পূৰ্বেই পৰিয়ালক সকীয়াই দিছিল সোণমে! জোৰ জুলুমকৈ বিয়া দিয়াৰ ফলত এতিয়া ধ্বংস দুটা পৰিয়াল

৫০ বছৰৰ পিচত সহপাঠীৰ ওপৰত প্রতিশোধ!

৫০ বছৰৰ পিচত সহপাঠীৰ ওপৰত প্রতিশোধ!

কাৰিকৰী বিজুতিৰ বাবে পুনৰ পিছুৱাই দিয়া হৈছে এক্সিয়াম-৪ উৎক্ষেপণ

কাৰিকৰী বিজুতিৰ বাবে পুনৰ পিছুৱাই দিয়া হৈছে এক্সিয়াম-৪ উৎক্ষেপণ

শৰীৰত মেগনেছিয়ামৰ অভাৱ নেকি? কি কৰিব লাগে জানি লওক

শৰীৰত মেগনেছিয়ামৰ অভাৱ নেকি? কি কৰিব লাগে জানি লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd