• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুঁজিৰ খেলিমেলি! নিজৰ কাৰ্য্যালয়ৰ কেৰাণীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে যোৰহাটৰ উপায়ুক্তই

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
December 30, 2019 8:03 am
Swindling-of-funds-corruption-1024x512

প্ৰতিনিধিত্বমূলক ফটো। ফটো সৌজন্য: নিউ ইণ্ডিয়ান এক্সপ্ৰেছ

1.9k
VIEWS
Share on FacebookShare on Twitter

যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাতিয়ে দেওবাৰে উন্নয়ন পুঁজিৰ খেলিমেলি কৰাৰ বাবে জিসা প্ৰশাসনৰ উন্নয়ন শাখাৰ এগৰাকী উচ্চ বৰ্গৰ সহায়কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

সূত্ৰসমূহে জানিবলৈ দিয়া মতে, উচ্চ বৰ্গৰ সহায়ক দীপক বৰাৰ বিৰুদ্ধে অবিযোগ দাখিল কৰা হৈছে।

অভিযোগ অনুসৰি তেওঁ কেন্দ্ৰীয় আন্ত:গাঁথনি উন্নয়নৰ কামৰ বাবে ধাৰ্য কৰা পুঁজিৰ খেলিমেলিৰ সৈতে জড়িত আছিল।

যোৰহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এন কে বৰাই জানিবলৈ দিয়ে যে জিলাখনৰ উপায়ুক্তই দাখিল কৰা অভিযোগৰ ভিত্তিত দীপক বৰাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষী বিষয়া এন কে বৰাই কয় যে দীপক বৰাৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু জালিয়াতিৰ অভিযোগ অনা হৈছে।

দীপক বৰাই জালিয়াতিৰে ২৫ লাখ টকা উলিয়াই নিয়াৰ সন্দেহ কৰা হৈছে।

আৰক্ষী বিষয়া এন কে বৰাই কয় যে আৰক্ষীয়ে দীপক বৰাৰ ঘৰত দেওবাৰে তালাচী চলায় যদিও তেওঁ ইতিমধ্যে পলায়ন কৰে।

এন কে বৰাই কয় যে যোৱা ফেব্ৰুৱাৰিত উন্নয়ন শাখাৰ ৫৫নম্বৰ কোঠাত ৰহস্যজনকভাৱে সংঘটিত অগ্নিকাণ্ডত জড়িত থকাৰ সন্দেহত দীপক বৰা চাকৰিৰ পৰা নিলম্বিত হৈ আছে।

কেইবাটাও গুৰুত্বপূৰ্ণ ফাইল আৰু কম্পিউটাৰ ছেট উক্ত অগ্নিকাণ্ডৰ ফলত ধ্বংসপ্ৰাপ্ত হৈছিল।

তেওঁৰ বিৰুদ্ধে ৮৫/১৯ আৰু ৩৯৭/১৯ নম্বৰত আৰক্ষীত গোচৰ ৰুজু হৈ আছে আৰু আৰক্ষীয়ে যাতে গ্ৰেপ্তাৰ কৰিব নোৱাৰে তাৰ বাবে আগতীয়াকৈ জামিন লৈছিল।

দুয়োটা গোচৰতে তেওঁক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৩৬,১২০বি আৰু ৩৮৬ৰ অধীনত অভিযোগ অনা হৈছে।

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd