• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত পলিমা বি চেতিয়াৰ প্ৰৱন্ধ সংকলন উন্মোচন

উত্তম শইকীয়া by উত্তম শইকীয়া
August 12, 2021 6:09 pm
IMG-20210812-WA0033

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত  বৃহস্পতিবাৰে স্থানীয় নাট্য মন্দিৰত সাংবাদিক পলিমা বি চেতিয়াৰ “কথা বীক্ষা” নামৰ প্ৰৱন্ধ সংকলন খনি উন্মোচন কৰা হয়।

গ্ৰন্থখন উন্মোচন কৰি বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাই কিতাপ পঢ়াৰ আনন্দৰ কথা উল্লেখ কৰে।

বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তৰ সভাপতিত্বত অনুষ্ঠিত এই উন্মোচনী সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে বিশিষ্ট অতিথিৰ ভাষণত বোকাখাতৰ সাংবাদিক সকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে গ্ৰন্থ ৰচনা কৰিলে প্ৰকাশৰ বাবে সহায় আগ বঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

বিশিষ্ট সাহিত্যিক নিজৰা বৰঠাকুৰে বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই বোকাখাতৰ সাংবাদিক সকল কেৱল সংবাদ সেৱাতে আবদ্ধ নেথাকি সৃজনীমূলক সাহিত্য সৃষ্টিতো যে সফল হ’ব পাৰে তাৰে উদাহৰণ পলিমা বি চেতিয়া বুলি উল্লেখ কৰে।

গ্রন্থকাৰ পলিমা বি চেতিয়ায়ো “কথা বীক্ষা”ৰ সৃষ্টিৰ আঁৰৰ কথাও ব্যক্ত কৰে।

বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সম্পাদক নীলু আচাৰ্যই উদ্দেশ্য ব্যাখ্যা কৰা সভাত পলিমা বি চেতিয়াৰ সাহিত্য কৰ্মৰ ব্যাখ্যা আগবঢ়ায় সাংবাদিক অজন্তা তালুকদাৰে।

অনুষ্ঠানত সাংবাদিক অমৰ শৰ্মা আৰু প্ৰিয়ংদীপ কাকতিয়েও বক্তব্য প্ৰদান কৰে।

কোভিড প্ৰট’কল অনুসৰি বোকাখাতৰ বিভিন্ন যুৱ ছাত্ৰ সংগঠন, সাহিত্য আৰু সাংস্কৃতিক সংগঠনৰ দুজনকৈ প্ৰতিনিধিয়ে অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

August 17, 2025 7:30 am
পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

August 17, 2025 6:30 am
ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

August 17, 2025 7:30 am
পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

August 17, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd