• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও জিলাৰ চামগুৰিত সাংবাদিকৰ মুকলি বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি

বিদ্যুত জ্যোতি বৰা, চামগুৰি by বিদ্যুত জ্যোতি বৰা, চামগুৰি
April 28, 2022 9:11 pm
নগাঁও জিলাৰ চামগুৰিত সাংবাদিকৰ মুকলি বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ একত্ৰিত সাংবাদিকৰ সংগঠন, সমন্বয় আৰু নগাঁৱৰ চামগুৰিৰ সমূহ সাংবাদিকৰ যৌথ উদ্যোগত ‘সাংবাদিকৰ মুকলি বিহু’ খন এইবাৰ চামগুৰিত অনুষ্ঠিত হ’ব।

চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অহা ১ মে’ ৰবিবাৰে অনুষ্ঠিত হ’বলগীয়া এই বিহুখনৰ বাবে আয়োজক সমিতিয়ে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।

বিগত বৰ্ষত কাজিৰঙাত এই মুকলি বিহুখন অনুষ্ঠিত হোৱাৰ সময়তে  চামগুৰিৰ সাংবাদিকৰ আহ্বানত সমন্বয়ৰ অন্যতম উপদেষ্টা জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই এই বিহুখন ২০২২ বৰ্ষত চামগুৰিত অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত চামগুৰিৰ সমূহ সাংবাদিকে মুকলি বিহুখন উদযাপনৰ বাবে প্ৰস্তুতি চলায়। ১ মে’ ৰবিবাৰে দিন যোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বিহুখনত অসমৰ বিভিন্ন স্থানৰ সাংবাদিক সকলে তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে প্ৰস্তুতি চলাইছে।

মুকলি বিহুৰ কাৰ্যসূচী অনুসৰি পুৱা ৮-৩০ বজাত পতাকা উত্তোলন কৰিব সমন্বয়ৰ সভাপতি দিগন্ত দাসে। বিশিষ্ট কালিবাদক কলিৰাম বৰাৰ কালিবাদনেৰে পুৱা ৯ বজাত মঙ্গল ধ্বনি। পুৱা ৯-৩০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা। উদ্বোধন কৰিব চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱ কুমাৰ গোস্বামীয়ে।

পুৱা ১০-৩০ বজাত ডি ৱাই ৩৬৫ৰ কাৰ্যবাহী সম্পাদক প্ৰাণজিৎ শ‌ইকীয়াৰ সঞ্চালনাত ‘শিপাৰ সন্ধানত’ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান। দুপৰীয়া খিলঞ্জীয়া জাতিৃজনগোষ্ঠীৰ বিহু আৰু লোক নৃত্য প্ৰদৰ্শন কাৰ্যসূচী উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’বলগীয়া সাংবাদিকৰ ৰসাল কথাৰে গীত মাতৰ বৰ্ণিল অনুষ্ঠানটি উদ্বোধন কৰিব জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্য‌ই।

বিয়লি ৪ বজাৰ পৰা অনুস্থিত হ’বলগীয়া স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই।

সাংবাদিকৰ মুকলি বিহুৰ কাৰ্যসূচী সাফল্য মণ্ডিত কৰি তুলিবলৈ সকলোৰে সহায় সহযোগিতা কামনা কৰি সমন্বয়ৰ সভাপতি দিগন্ত দাস, মুখ্য সম্পাদক ৰাজীৱ বৰা আৰু উদযাপন সমিতিৰ সম্পাদক নৱজ্যোতি বৰাই আহ্বান জনাইছে।

বিদ্যুত জ্যোতি বৰা, চামগুৰি

বিদ্যুত জ্যোতি বৰা, চামগুৰি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

August 20, 2025 8:07 am
ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

August 20, 2025 6:30 am
গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

August 20, 2025 8:07 am
ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

August 20, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd