• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলাগুৰু মহোৎসৱ : পোষ্টাৰ মুকলি অনুষ্ঠানত কেক কাটি সফলতা কামনা জুবিনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2018 12:30 pm
48952897_10210156538229037_1292685671768522752_n
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২১ আৰু ২২ জানুৱাৰিত তেজপুৰত আয়োজন কৰা হৈছে কলাগুৰু মহোৎসৱৰ।কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কলাগুৰু ফাউণ্ডেশ্যনে এই মহোৎসৱৰ আয়োজন কৰি আহিছে। আনহাতে, কলাগুৰুৰ চিন্তা-চেতনাক সমাজত তুলি ধৰাৰ বাবে অসমৰ নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰয়াস এয়া।

বিগত বৰ্ষৰ দৰেই এইবাৰো বৰ্ণাঢ্য কাৰ্যসূচীৰে তৃতীয় সংখ্যক কলাগুৰু মহোৎসৱ অনুষ্ঠিত হ’ব। শুকুৰবাৰে আয়ুৰচন্দ্ৰা হাস্পতালত কলাগুৰু মহোৎসৱৰ মূল পোষ্টাৰ মুকলি কৰা হয়। এই পোষ্টাৰ মুকলি অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কেক কাটি কলাগুৰু মহোৎসৱৰ সফলতা কামনা কৰে।

আয়োজকে জানিবলৈ দিয়া মতে, প্ৰথমবাৰৰ বাবে এইবাৰ এই মহোৎসৱলৈ বাংগালোৰৰ বাউল শিল্পীক আমন্ত্ৰণ কৰা হৈছে। তদুপৰি, এই কলাগুৰু মহোৎসৱতে কোকিলকণ্ঠী গায়িকা সদ্য প্ৰয়াত দিপালী বৰঠাকুৰৰ নামতো বঁটা প্ৰদান কৰা হ’ব। আদিবাসী লোকসংগীতৰ সাধক দীনকান্ত তাঁতীলৈ এই বঁটা আগবঢ়োৱা হ’ব। ইয়াৰ উপৰি আন বহুকেইটা শিতানতো বঁটা প্ৰদান কৰা হ’ব।

এইবাৰ মহোৎসৱত থাকিব বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা, ভাওনা, বিভিন্ন প্ৰদৰ্শনী, কলাগুৰু সন্দৰ্ভত বক্তৃতা অনুষ্ঠান, চিত্ৰাংকন প্ৰতিযোগিতা।

আয়ুৰসূন্দ্ৰা হাস্পতালত অনুষ্ঠিত সংবাদমেলত এই বিষয়ে সদৰি কৰি ফেশ্বন ডিজাইনাৰ তথা মহোৎসৱৰ অন্যতম উদ্যোক্তা গৰিমা শইকীয়া গাৰ্গে কয় যে গীত , নৃত্য, সম্বৰ্ধনা, সাংস্কৃতিক শোভাযাত্ৰাৰে এই মহোৎসৱ বৰ্ণময় হৈ উঠিব। ইয়াৰ লগতে থাকিব গল্প কবিতাৰ আড্ডা।

ইপিনে, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি চিঠি লিখা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। ৰাজগড়ত থকা অভিনয়ালৈ চিঠিসমূহ ডাকযোগে প্ৰেৰণ কৰিব লাগিব। ইয়াৰ মাজৰ পৰা শ্ৰেষ্ঠ ৩খন চিঠিক মহোৎসৱত পুৰস্কৃত কৰা হ’ব।

যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে এই কলাগুৰু মহোৎসৱত সকলোকে উপস্থিত থাকিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্ম অৱমাননা কৰাৰ অভিযোগত ভাবুকি; অভিনেত্ৰী দিশা পাটানীৰ ঘৰৰ বাহিৰত গুলীচালনা!

ধৰ্ম অৱমাননা কৰাৰ অভিযোগত ভাবুকি; অভিনেত্ৰী দিশা পাটানীৰ ঘৰৰ বাহিৰত গুলীচালনা!

September 13, 2025 7:38 am
নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

September 13, 2025 7:21 am
বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

September 13, 2025 6:30 am
শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্ম অৱমাননা কৰাৰ অভিযোগত ভাবুকি; অভিনেত্ৰী দিশা পাটানীৰ ঘৰৰ বাহিৰত গুলীচালনা!

ধৰ্ম অৱমাননা কৰাৰ অভিযোগত ভাবুকি; অভিনেত্ৰী দিশা পাটানীৰ ঘৰৰ বাহিৰত গুলীচালনা!

September 13, 2025 7:38 am
নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

September 13, 2025 7:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd