• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ পঞ্চম বৰ্ষপূৰ্তি পালন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 15, 2019 7:16 am
Kamakhya prasad Tasa

খোজৰ পঞ্চম বৰ্ষপূৰ্তিই অনুষ্ঠানত কামাখ্যা প্ৰসাদ তাছা।

4.4k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠান শুকুৰবাবে চহৰৰ লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয়।

লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ব্ৰজেন বৰাই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে। নৱনীত হাজৰিকাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট সাহিত্যিক প্ৰেম গগৈ, সাংবাদিক মণিৰুল ইছলাম বৰা, বিশিষ্ট শিল্পী দূৰ্লভ বৰা, ছাত্ৰনেতা প্ৰদীপ বৰগোহাঁইয়ে গছ পুলি ৰোপণ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

‘খোজ’ৰ পঞ্চম বৰ্ষপুৰ্তি অনুষ্ঠানত শিশু আলোচনী ‘মৌচাক’ৰ সম্পাদক শান্তনু তামুলী, ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাচা, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্ত, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰী, জিলা পৰিবহণ বিষয়া সদানন্দ গগৈ,  চিকিৎসক উদয়াদিত্য ৰাজকোঁৱৰ, নিবন্ধকাৰ পাৰ্থ প্ৰদীপ বৰা, পৌৰনেত্ৰী মৃদুস্মিতা সিনহা উপস্থিত থাকি বহুমূলীয়া ভাষণ আগবঢ়ায়।

আনহাতে, অনুষ্ঠানত ‘খোজ’ ৰ দ্বাৰা প্ৰকাশিত সাহিত্যিক প্ৰেম গগৈৰ ‘অসম বুৰঞ্জীৰ ৰূপকথা’, জয়ন্ত মাধৱ গগৈৰ ‘কাজিৰঙাৰ সাধু’,  ‘ভাললগা সাধু’,  নবীন বুঢ়াগোহাঁইৰ ‘শেষ ৰহস্য আৰু অন্যান্য কাহিনী’, শীৰ্ষক শিশুগ্ৰন্থ উন্মোচন কৰা হয়।

তদুপৰি, ‘খোজ’ৰ সম্পাদক জয়জ্যোতি গগৈৰ বিশেষ নিৰ্দেশনা, নবীন বুঢ়াগোহাঁইৰ পৰিকল্পনা আৰু বলীন গগৈৰ সম্পাদনাৰে নিৰ্মিত ‘বুৰঞ্জীয়ে পৰশা শিৱসাগৰ’ শীৰ্ষক এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়।

অনুষ্ঠানত জেষ্ঠ সাংবাদিক সুমেশ ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰতাপ চন্দ্ৰ দত্ত, ছাত্ৰ নেতা বসন্ত গগৈ, সমীৰণ ফুকন, ‘খোজ’ ৰ সভাপতি ৰোহিনী গগৈ, লেখক আচাদ উল্লাহ, ডাঃ বিমান গগৈ,  সাংবাদিক মুক্তাৱ হুছেইন, মুজাহিদ আলি, নজিউল্লা হাজৰিকা, হিমাংশু নেওগ, প্ৰঞ্জল পূজাৰী, কবি অনুপ কুমাৰ বৰুৱা, শিক্ষক মহেন্দ্ৰ নাথ, যুৱ সমাজকৰ্মী আকাশ দুৱৰীকে ধৰি বহুটো গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd