• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাৰে যুঁজত জয়ী হৈ ঘৰলৈ উভতিল কণিকা কাপুৰ; থাকিব লাগিব ১৪ দিনৰ কোৱাৰেন্টাইনত

by
April 6, 2020 11:54 am
kanika-kapoor

গায়িকা কণিকা কাপুৰ

8k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত যোৱা ২০ মাৰ্চত লক্ষ্ণৌৰ সঞ্জয় গান্ধী প’ষ্ট গ্ৰেজুৱেশ্যন ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স হাস্পাতলত ভৰ্তি হোৱা গায়িকা কণিকা কাপুৰ সম্পূৰ্ণ সুস্থ হৈ উঠিছে।

কণিকাৰ একেৰাহে দুবাৰকৈ কৰা পৰীক্ষাত নিগেটিভ পোৱাৰ পাছত সোমবাৰে তেওঁক হাস্পাতলৰ পৰা যাবলৈ দিয়া হয়।

অৱশ্যে, ঘৰলৈ উভতাৰ পাছত গায়িকাগৰাকীক সতৰ্কতা বজাই ৰাখিবলৈ কোৱা হৈছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি, কণিকা কাপুৰে ঘৰত ১৪দিন পৰ্যন্ত কোৱাৰেন্টাইনত থাকিব লাগিব।

উল্লেখযোগ্য যে কণিকা কাপুৰৰ একেৰাহে কেইবাটাও পৰীক্ষাত কৰ’না পজিটিভ পোৱা গৈছিল।

বৰ্তমান চিকিৎসকে জানিবলৈ দিয়া মতে কণিকা সম্পূৰ্ণ সুস্থ হৈ উঠিছে। তেওঁৰ শৰীৰত কৰ’নাৰ কোনো লক্ষণ নাই। পঞ্চমটো পৰীক্ষাৰ পাছত এতিয়া ষষ্ঠ নম্বৰ পৰীক্ষাতো ৰিপ’ৰ্ট নিগেটিভ অহাৰ পাছত তেওঁক যাবলৈ দিয়া হৈছে।

কেইবাদিনো ধৰি হাস্পাতলত আইছ’লেশ্যনত থকাৰ পাছত পৰিয়াল তথা সন্তানৰ সৈতে বিচ্ছিন্ন হৈ থকা কণিকা ঘৰলৈ উভতি অহাৰ বাবে গোটেই পৰিয়ালটোৱে স্বস্তিৰ নিশ্বাস পেলাইছে।

উল্লেখযোগ্য যে কণিকা কাপুৰৰ শৰীৰত কৰ’না পজিটিভ পোৱাৰ খৱৰ পোহৰলৈ অহাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছিল।

কণিকাৰ বিৰুদ্ধে অভিযোগ উঠিছিল যে তেওঁ বিদেশৰ পৰা উভতি অহাৰ পাছত মুম্বাই বিমানবন্দৰত পৰীক্ষা নকৰাকৈ তাৰ পৰা পলাই আহিছিল।

গায়িকাগৰাকীক হাস্পাতলত ভৰ্তি কৰোৱাৰ পাছত কণিকাই চিকিৎসকে তেওঁক ধমক দিয়াৰ কথা প্ৰকাশ কৰিছিল। আনহাতে, চিকিৎসকে জানিবলৈ দিছিল যে কণিকাই চিকিৎসাত সহযোগ কৰা নাছিল।

Tags: COVID19

Recent News

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

আলিগড় মুছলিম বিশ্ববিদ্যালয়ে লাভ কৰিলে নতুন কেন্সাৰ প্ৰতিৰোধী ঔষধৰ পেটেণ্ট

আলিগড় মুছলিম বিশ্ববিদ্যালয়ে লাভ কৰিলে নতুন কেন্সাৰ প্ৰতিৰোধী ঔষধৰ পেটেণ্ট

মাকে মোবাইল চুবলৈ নিদিয়াই হ’ল কাল : পাহাৰৰ পৰা জঁপিয়াই সৰ্বনাশ কৰিলে নাবালক সন্তানে

মাকে মোবাইল চুবলৈ নিদিয়াই হ’ল কাল : পাহাৰৰ পৰা জঁপিয়াই সৰ্বনাশ কৰিলে নাবালক সন্তানে

‘‘চীনে ভাৰতৰ ভূমি দখল কৰিছে বুলি আপুনি কেনেকৈ জানে?’’ ৰাহুল গান্ধীক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

‘‘চীনে ভাৰতৰ ভূমি দখল কৰিছে বুলি আপুনি কেনেকৈ জানে?’’ ৰাহুল গান্ধীক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd