• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঃ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2025 10:03 pm
178
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা আৰু সংৰক্ষণৰ সৈতে জড়িত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ে ইতিপূর্বে এই বিষয়টো শুনানিৰ তাৰিখ নিৰ্ধাৰণ নকৰাকৈ স্থগিত ৰাখিছিল, কাৰণ কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল (Eco-Sensitive Zone)ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ উচ্চতম ন্যায়ালয়ত ইতিমধ্যে বিচাৰাধীন হৈ আছে। 

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ত উদ্যানখনৰ জৈৱবৈচিত্ৰ্য, ৯টা চিহ্নিত পশু ক’ৰিডৰৰ সুৰক্ষা, আৰু অবৈধ ঔদ্যোগিক কাৰ্যকলাপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি পি অই এল দাখিল কৰা হৈছিল।

আবেদনকাৰীৰ মতে, বনাঞ্চলৰ ভিতৰত বসতি স্থাপন,  আদি কাৰ্য্যই এশিঙীয়া গঁড়কে ধৰি বিভিন্ন বিপন্ন প্ৰজাতিৰ বিলুপ্তি পথ প্ৰশস্ত কৰিব পাৰে। 

কিন্তু উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে একে বিষয়ৰ ওপৰত অদালতত বিচাৰাধীন গোচৰ থাকোঁতে প্ৰত্যাহ্বানজনিত আবেদন গ্ৰহণ কৰাটো যুক্তিসংগত নহয়। সেয়েহে, আবেদনকাৰীক শীৰ্ষ আদালতত থকা চলি থকা গোচৰত যোগদানৰ সুবিধা প্ৰদান কৰে।

প্ৰসংগক্ৰমে ২০২৩ চনৰ ৬ ডিচেম্বৰত উচ্চ ন্যায়ালয়ে কাজিৰঙাৰ পৰিৱেশগত সংবেদনশীলতাৰ দাবীসমূহ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰাৰ লগতে, আৰু ইয়াৰ বাবে কোনো পূৰ্বসূচনা নিদিয়াকৈ বিষয়টো স্থগিত ৰাখে। 

Recent News

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd