• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গ্ৰেপ্তাৰ হ’ব পাৰে জি নিউজৰ মুখ্য সম্পাদক সুধীৰ চৌধুৰী! : ৰুজু কৰা হৈছে জামিনবিহীন গোচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2020 8:10 pm
sudhir_chaudhary_07052020
26.9k
VIEWS
Share on FacebookShare on Twitter

গ্ৰেপ্তাৰ হ’ব পাৰে জি নিউজৰ মুখ্য সম্পাদক সুধীৰ চৌধুৰী!

জি নিউজৰ মুখ্য সম্পাদক তথা এংকৰ সুধীৰ চৌধুৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

কেৰেলাৰ ক’ড়িক’ডে কাছাবা আৰক্ষী থানাত সাংবাদিকজনৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে।

চিপিআইৰ ছাত্ৰ সংগঠন কেৰেলা শাখাৰ অল ইণ্ডিয়া য়ুথ ফেডাৰেচন(AIYF)ৰ নেতৃত্বই এই এজাহাৰ দাখিল কৰিছে।

যোৱা ১১ মাৰ্চত জি নিউজৰ সাংবাদিক তথা একংৰজনে নিজৰ শ্ব’ত ‘জিহাদ’ৰ নামত ধৰ্মীয় প্ৰৰোচনামূলক আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পিব পৰা মন্তব্য প্ৰদান কৰিছিল।

AIYF ৰ এজাহাৰ ভিত্তিত চৌধুৰীৰ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ২৯৫ A ৰ অধীনত ইতিমধ্যে জামিনবিহীন গোচৰ ৰুজু কৰা হৈছে।

AIYFৰ নেতৃত্বই যোৱা ১৭ মাৰ্চতেই সাংবাদিক চৌধুৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

পিছত স্থানীয় আৰক্ষী থানাই অভিযোগটো কেৰেলা আৰক্ষী সঞ্চালক প্ৰধান লোকনাথ বেহেৰা, ক’ড়িক’ডে আৰক্ষী অধীক্ষ আৰু ৰাজ্যৰ গৃহ মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

ইয়াৰ পিছতে সাংবাদিকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰিছে কেৰেলা আৰক্ষীয়ে।

Recent News

আই আই টি খড়গপুৰ আৰু নয়দাৰ শিক্ষাৰ্থীৰ চৰম সিদ্ধান্ত: ন্যায়িক তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

আই আই টি খড়গপুৰ আৰু নয়দাৰ শিক্ষাৰ্থীৰ চৰম সিদ্ধান্ত: ন্যায়িক তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশৰ পৰিস্কাৰ চহৰসমূহৰ ভিতৰত অষ্টমবাৰৰ বাবে স্থান লাভ ইন্দোৰৰ : তালিকাত নাম নাই গুৱাহাটীৰ

দেশৰ পৰিস্কাৰ চহৰসমূহৰ ভিতৰত অষ্টমবাৰৰ বাবে স্থান লাভ ইন্দোৰৰ : তালিকাত নাম নাই গুৱাহাটীৰ

মুম্বাই ৰে’ল বিস্ফোৰণ গোচৰ: ১২ জন দোষীক দোষমুক্ত ঘোষণা বম্বে উচ্চ ন্যায়ালয়ৰ

মুম্বাই ৰে’ল বিস্ফোৰণ গোচৰ: ১২ জন দোষীক দোষমুক্ত ঘোষণা বম্বে উচ্চ ন্যায়ালয়ৰ

জুপুৰীৰ পৰা জাপানলৈ : দাৰিদ্ৰতাক নেওচি বৈজ্ঞানিক প্ৰতিভাৰ নিদৰ্শন ভাৰতীয় যুৱতীৰ

জুপুৰীৰ পৰা জাপানলৈ : দাৰিদ্ৰতাক নেওচি বৈজ্ঞানিক প্ৰতিভাৰ নিদৰ্শন ভাৰতীয় যুৱতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd