• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভূমিকম্প বিধ্বস্ত তুৰস্কলৈ ১০ কোটি টকাৰ আৰ্থিক সাহায্য কেৰালাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2023 9:07 pm
Kerala Assistance To Turkey
125
VIEWS
Share on FacebookShare on Twitter

প্ৰবল ভূমিকম্পই বিধ্বস্ত কৰি যোৱা তুৰস্কলৈ আৰ্থিক সাহায্য হিচাপে ১০ কোটি টকাৰ অনুদান আগবঢ়াব কেৰালাই। ৰাজ্যখনৰ বিত্তমন্ত্ৰী কে এন বালাগোপালে এই ধন তুৰস্কৰ জনসাধাৰণৰ সাহায্যাৰ্থে আগবঢ়োৱা হৈছে বুলি মন্তব্য কৰিছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইতিমধ্যে এই ধনৰাশি তুৰস্কলৈ আগবঢ়াবলৈ অনুমতি দিছে বুলি তেওঁ লগতে উল্লেখ কৰে। উল্লেখ্য যে যোৱা ৮ ফেব্ৰুৱাৰীত দাখিল কৰা ৰাজ্যিক বাজেটত এই আৰ্থিক সাহায্য ঘোষণা কৰা হৈছিল।

আজি এই সাসায্য প্ৰেৰণৰ কথা সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বক স্তম্ভিত কৰি তোলা তুৰ্কীৰ এই ভয়াৱহ ভূমিকম্পই হাজাৰ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি লৈছিল আৰু লাখ লাখ লোক নিঃস্ব হৈ পৰিছিল।

ভূমিকম্পত ক্ষতিগ্ৰস্তসকলক সহায় কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক আগবাঢ়ি আহিছে বুলি মন্তব্য কৰি তেওঁ লগতে কিছু বছৰৰ পূৰ্বে প্ৰাকৃতিক দুৰ্যোগৰ ফলত কেৰালাৰ বিপৰ্যয়ৰ সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লাভ কৰা সমৰ্থনৰ কথা স্মৰণ কৰে।

স্মৰ্তব্য যে, বিগত ৬ ফেব্ৰুৱাৰীত তুৰস্ক আৰু চুবুৰীয়া দেশ ছিৰিয়াত হোৱা এই প্ৰলয়ংকাৰী ভূমিকম্পৰ ফলত প্ৰায় ৫৫,৭০০ লোকৰ মৃত্যু হৈছিল। ধ্বংসস্তূপত পৰিণত হৈছিল দুয়োখন দেশ।

এই শোকাৱহ পৰিস্থিতিৰ মাজতে বিশ্বৰ বিভিন্ন দেশে দেশ দুখনলৈ সাহায্য আগবঢ়াইছিল। অন্যান্য দেশৰ লগতে ভাৰতেও তুৰস্কলৈ মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য প্ৰেৰণ কৰিছিল।

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd