• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লণ্ডনত খালিস্তানপন্থীৰ ভাৰতীয় পতাকাক অপমান; দিল্লীলৈ মাতি পঠোৱা হ’ল ব্রিটেইনৰ উপ উচ্চায়ুক্তক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 20, 2023 8:33 am
লণ্ডনত খালিস্তানপন্থীৰ ভাৰতীয় পতাকাক অপমান; দিল্লীলৈ মাতি পঠোৱা হ’ল ব্রিটেইনৰ উপ উচ্চায়ুক্তক

ফটো সৌজন্য: দ্য হিন্দু।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অমৃতপাল সিঙৰ ঘটনাৰ প্ৰতিক্ৰিয়া লণ্ডনত! দেওবাৰে লণ্ডনত ভাৰতীয় উচ্চআয়োগৰ সন্মুখত খালিস্তানপন্থীসকলে প্ৰতিবাদ কৰিছিল। সেই সময়ত, উচ্চআয়োগৰ ভাৰতীয় পতাকা নমাই দিয়া হয়। ব্ৰিটিছ উপ উচ্চায়ুক্ত ক্ৰিষ্টিনা স্কটক ভাৰতীয় পতাকাৰ অপমানৰ উত্তৰ বিচাৰি দিল্লীলৈ মাতি পঠোৱা হৈছে।

দেওবাৰে সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈছিল। ইয়াত এজন শিখ ব্যক্তিয়ে লণ্ডনৰ ভাৰতীয় উচ্চআয়োগত ৰাষ্ট্ৰীয় পতাকা নমাই থকা দেখা গৈছে। ভিডিঅ’টোৰ সন্দৰ্ভত দেওবাৰে নিশা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ক্ৰিষ্টিনাক মাতি পঠিয়াইছে। ভাৰতত ব্ৰিটিছ হাই কমিছনাৰ এলেক্স এলিছ এই মুহূৰ্তত দিল্লীত নথকাৰ বাবে উপ উচ্চায়ুক্তগৰাকীক মাতি পঠোৱা হৈছে।

লগতে পঢ়ক: ৰহস্য! ঘৰতে ওলমি থকা অৱস্থাত উদ্ধাৰ জনপ্ৰিয় ‘স্মাইলিং ডিজে’ৰ মৃতদেহ

জানিব পৰা মতে, ঘটনাটোক তীব্ৰ গৰিহণা দি ব্ৰিটিছ উপ উচ্চায়ুক্তৰ পৰা এই বিষয়ত উত্তৰ বিচৰা হৈছে। খালিস্তানপন্থী প্ৰতিবাদকাৰীসকলে ভাৰতীয় উচ্চআয়োগত কেনেকৈ প্ৰৱেশ কৰিছিল? ভাৰত চৰকাৰে লগতে প্ৰশ্ন কৰিছে, “সেই সময়ত লণ্ডনত আৰক্ষী প্ৰশাসন আৰু নিৰাপত্তাকৰ্মী সকল ক’ত আছিল?” তদুপৰি, ব্ৰিটিছ চৰকাৰে ভাৰত বিৰোধী তথা বিচ্ছিন্নতাবাদীসকলৰ গতিবিধি ৰোধ কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰিছে তাৰো উত্তৰ বিচাৰিছে।

এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ব্ৰিটিছ চৰকাৰক ‘ভিয়েনা সন্মিলনৰ অধীনত মৌলিক বাধ্যবাধকতা’ সোঁৱৰাই দিয়ে। ঘটনাটোৰ পিছত জাৰি কৰা এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “ভাৰত চৰকাৰে ব্ৰিটেইনত ভাৰতীয় কূটনৈতিক কাৰ্যালয়ৰ চৌহদ তথা কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি ব্ৰিটিছ চৰকাৰৰ উদাসীনতাক গ্ৰহণযোগ্য নহয় বুলি বিবেচনা কৰে।‘’

UK 🚨: BUNCH OF KHALISTANIS TAKE DOWN INDIAN NATIONAL FLAG AT THE INDIAN HIGH COMMISSION. #Khalistan #Punjab #AmritpalSingh #India pic.twitter.com/7rfuAAcqkf

— Arunima Dey (@ArunimaDey17) March 19, 2023

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিবৃতিত কয়, “আমি আশা কৰোঁ যে ব্ৰিটিছ চৰকাৰে এই ঘটনাৰ সৈতে জড়িত প্ৰতিজনক তাৎক্ষণিকভাৱে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিব। দোষীসকলক ন্যায়ৰ অধীনলৈ অনাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰাৰ লগতে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি আমি আশা কৰোঁ।‘’

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd