• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰৰ কিনকিনি ভড়ালীয়ে লাভ কৰিলে মিছ কিডচ ইণ্ডিয়া ইণ্টাৰনেচনেল ৱৰ্ল্ড খিতাপ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 8, 2019 3:44 pm
9k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ নগৰৰৰ কিনকিনি ভড়ালীয়ে লাভ কৰিলে মিছ কিডচ ইণ্ডিয়া ইণ্টাৰনেচনেল ৱৰ্ল্ড ২০১৯ খিতাপ। দেওবাৰে গুৱাহাটীৰ আই টি এ মাছখোৱাত গামোচা মেগা এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে আয়োজন কৰা ইণ্টাৰনেচনেল ষ্টাৰ আইকন ছিজন ৩ত মিছ কিডচ ইণ্ডিয়া ইণ্টাৰনেচনেল ৱৰ্ল্ড ২০১৯ ৰ খিতাপ অৰ্জন কৰে।

ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা ১০০ৰো অধিক প্ৰতিযোগীৰ ভিতৰত কিনকিনি ভড়ালীয়ে এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱাত পৰিয়ালটোৰ লগতে শিৱসাগৰবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে।

ভাস্কৰ ভড়ালী আৰু বৰ্ণালী দত্ত ভড়ালীৰ কন্যা কিনকিনি ভড়ালী সৰুৰে পৰা মডেলিংৰ প্ৰতি আগ্ৰহী। তিনিচুকীয়াৰ গুৰু টেগ বাহাদুৰ একাডেমীৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী কিনকিনিৰ পিতৃ কৰ্মসুত্ৰে বৰ্তমান ডুমডুমাৰ বাসিন্দা।

শিশুটিৰ এই সাফল্যত শিৱসাগৰবাসীৰ লগতে ডুমডুমাবাসীয়েও আনন্দ প্ৰকাশ কৰাৰ লগতে কিনকিনি ভড়ালীৰ ভৱিষ্যত জীৱন উজ্জল কামনা কৰিছে।

Recent News

জাগীৰোডত জব্দ ৫ কুইণ্টল নিষিদ্ধ থাই মাগুৰ : নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যেৰে অনা হৈছিল মাছখিনি

জাগীৰোডত জব্দ ৫ কুইণ্টল নিষিদ্ধ থাই মাগুৰ : নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যেৰে অনা হৈছিল মাছখিনি

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষ্যে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষ্যে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন: জনালে নিৰ্বাচন আয়োগে

৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন: জনালে নিৰ্বাচন আয়োগে

ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত জনতা দলৰ(এছ)ৰ প্ৰাক্তন সাংসদ প্ৰজ্জ্বল ৰেভান্না

ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত জনতা দলৰ(এছ)ৰ প্ৰাক্তন সাংসদ প্ৰজ্জ্বল ৰেভান্না

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd