• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ পৰা মানুহ গুচি নাযায়, খেদি দিয়ে: কিৰিপ চলিহা

কংগ্ৰেছৰ অভ্যন্তৰীণ কাজিয়াত বিজেপিয়ে সুযোগ পালে

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 29, 2020 10:55 pm
Kirip Chaliha on Congress party
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ পৰা কোনোবা মানুহ গুচি নাযায়, কংগ্ৰেছৰ পৰা মানুহ খেদি দিয়ে৷ খেদি দিয়ে সাধাৰণতে দলত থকা মানুহে৷ এক সাক্ষাৎকাৰত এই মন্তব্য কৰে প্ৰাক্তন সাংসদ কিৰিপ চলিহাই৷

বিজেপিলৈ কংগ্ৰেছৰ কেনেকৈ সেই ল’ৰাবোৰ গৈছে মই জানো বুলি উল্লেখ কৰি চলিহাই কয় “কংগ্ৰেছৰ পৰা কোনোবা মানুহ গুচি নাযায়, কংগ্ৰেছৰ পৰা মানুহ খেদি দিয়ে৷ খেদি দিয়ে সাধৰণতে দলত থকা মানুহে৷ দলৰ কিছুমানে ভাৱে যে সিহতক আতৰালে আমি সিহতৰ স্থান লব পাৰিম”৷

আনহাতে কংগ্ৰেছৰ অভ্যন্তৰীণ কাজিয়াত সুযোগ পালে বিজেপিয়ে উল্লেখ কৰি চলিহাই কয় “বিজেপিক যদি কোনোবাই দূৰ্বল বুলি ভাবে ইয়াক ডাঙৰ ভুল কৰা হব ৷ চাৰি বছৰ আগৰ বিজেপিৰ মাজত পাৰ্থক্য আছে”৷

যোৱা চাৰি বছৰত বিজেপিয়ে বহু যুৱ নেতাৰ অন্তৰ্ভূক্ত কৰাৰ লগতে কংগ্ৰেছৰ বহুখিনি ভোট বিজেপিয়ে দখল কৰিলে বুলি উল্লেখ কৰি চলিহাই কয় “হিমন্তই অকলে লৈ যোৱা নাই, কংগ্ৰেছৰ অভ্যন্তৰীণ সংঘাত হোৱাত বহুসংখ্যক ভোট লৈ গ’ল৷ যোৱা সমূহক ঘূৰাই আনিবলৈ কংগ্ৰেছৰ পদক্ষেপ দৃষ্টিগোচৰ হোৱা নাই ৷ আনকি আহ্বানো জনোৱা নাই”৷

বিজেপিক ওফৰাবলৈ হ’লে একলগ হ’ব লাগিব যদিও এক কেনেকৈ হব যদি বাকী পাৰ্টীবোৰক সন্মানে নিদিয়ে বুলি আক্ষেপ কৰি চলিহাই কয় “আমি সহায় কৰি দিম তোমালোকে একো নিদিবা তেনেকৈতো নাহিব ৷ সকলোকে ঐক্যবদ্ধ কৰাৰ আগত দলৰ যিবোৰ গ’ল সেই বোৰক আনিব লাগে”৷

“অসম কংগ্ৰেছত জ্যেষ্ঠ নেতা নাই যদিও মই নাভাবো যিখিনি জ্যেষ্ঠ লোক আছে তেওঁলোকে কংগ্ৰেছ এৰি যাব। ৰাজনীতিতো সকলো হৈ যায় ৷ যদি এইফালেও নাই সেইফালেও নাই মাজত বিকল্প শক্তি এটা যদি হৈ যায় তেনেহ’লে যিকোনো সম্ভাৱনাই হ’ব পাৰে ৷ নিৰ্বাচনৰ আগতেই সেইবোৰ হয়,” চলিহাই কয়৷

কংগ্ৰেছৰ সভাপতিয়ে মোক ফোন কৰিবলৈ সাহস নকৰে কাৰণ সমস্যা আছে বুলি উল্লেখ কৰাৰ লগতে চলিহাই কয় “মই যদি কৰ’বালৈ যাও মই কম,মইতো লুকধাক কৰা নাই ৷ ধাৱমান হম নে স্থিত অৱস্থাত থাকিম সেয়া মই জানো”৷

মই পইচাৰ কাৰনে ৰাজনীতি নকৰো, মানুহৰ কাৰণে কৰো৷ যদি প্ৰয়োজন হয় স্থিতি ল’ম বুলি জনায় প্ৰাক্তন সাংসদজনে৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd