• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অক্সিজেন ক্ৰয়ৰ বাবে পিএম কেয়াৰছ ফাণ্ডলৈ ৫০,০০০ ডলাৰ আগবঢ়ালে এইজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2021 5:55 pm
333
VIEWS
Share on FacebookShare on Twitter

কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ চলিত আইপিএল চিজনত অংশগ্ৰহণ কৰা অষ্ট্ৰেলিয়াৰ তাৰকা ফাষ্ট বলাৰ পেট কাম্মিনছে পিএম কেয়াৰছ ফাণ্ডলৈ (PM Cares) ৫০,০০০ ডলাৰ বৰঙণি আগবঢ়াইছে।

ভাৰতীয় মূল্যত ইয়াৰ পৰিমাণ ৩৭ লাখ।

ক’ভিডৰ স’তে যুঁজ দিবলৈ ভাৰতৰ চিকিৎসালয়সমূহত অক্সিজেন যোগান ধৰিবৰ বাবে তেওঁ এই বৰঙনি আগবঢ়াইছে।

ইয়াৰ দ্বাৰা তেওঁ চলিত বৰ্ষৰ আইপিএলৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে বিবেচিত হৈছে. যি ৰাজহুৱাভাৱে বৰঙনি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

টুইটাৰযোগে তেওঁ সতীৰ্থ ক্ৰিকেটাৰসকলকো বৰঙনি আগবঢ়াবলৈ অনুৰোধ কৰিছে।

pic.twitter.com/2TPkMmdWDE

— Pat Cummins (@patcummins30) April 26, 2021

টুইটটোত তেওঁ কয় যে উচ্চ হাৰত ক’ভিড-১৯ সংক্ৰমণৰ সময়ছোৱাত আইপিএল চলি থকাটো যুক্তিসংগত হয় নে নহয়, সেই বিষয়ে অনেক আলোচনা চলি আছে, সেয়ে ভাৰত চৰকাৰক মই উপদেশ যাচিছো যে ক’ভিডৰ দ্বিতীয় ঢৌৰ বাবে লকডাউনৰ সময়ছোৱাত অনেক লোক গৃহবন্দী হৈ আছে, সেয়ে আইপিএলৰ কেইঘণ্টামানৰ একোখন মেচে লোকসকলৰ মনোৰঞ্জনৰ কাম কৰিছে।

বৰঙনি প্ৰদান কৰাৰ বিষয়ে তেওঁ কয় যে এজন খেলুৱৈ হিচাপে  লাখ লাখ মানুহৰ কাষ চাপিবলৈ সুযোগ লাভ কৰি তেওঁ নিজকে সৌভাগ্যৱান হিচাপে বিবেচিত কৰে।

”এই কথা মনত ৰাখিয়েই প্ৰধানমন্ত্ৰীৰ কৰোণা ফাণ্ডত বৰঙনি দিছো, যাক অক্সিজেন সংগ্ৰহৰ কামত লগাব পৰা যাব।”- তেওঁ কয়।

তেওঁ কয় যে তেওঁ আগবঢ়োৱা বৰঙনি বৃহৎ পৰিমাণৰ নহ’ব পাৰে, কিন্তু আশা কৰে যে এই সামান্য বৰঙনিয়ে কাৰোবাৰ কামত আহিব।

উল্লেখযোগ্য যে কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ১৫ কোটি টকাৰ বিশাল চুক্তিত আইপিএলত অৱতীৰ্ণ হোৱা তাৰকাগৰাকী বৰ্তমান বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফাষ্ট বলাৰ।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd