• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ ভূমি পট্টাৰ দাবীত সৰব হ’ব কৃষক মুক্তি : প্ৰয়োজনত আত্মজাহ দিয়াৰো হুংকাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 24, 2019 9:36 pm
95c1734b-3d2a-45a9-a226-c2afc56c5504

কৃষক মুক্তিৰ সদস্য প্ৰনৱ বড়োৰ পঞ্চম মৃত্যু বাৰ্ষিকী উপলক্ষে দেওবাৰে আয়োজিত সোঁৱৰণি সভা। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪ চনৰ আজিৰ দিনটোতে ভুমি পট্টাৰ দাবীত নিজৰ গাত জুই লগাই আত্মজাহ দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য প্ৰণৱ বড়োৰ আজি পঞ্চম মৃত্যু বাৰ্ষিকী। সেই উপলক্ষ্যে আজি মহানগৰীৰ চচলত চহিদক সুঁৱৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ‘সোঁৱৰণি সভা’ অনুষ্ঠিত কৰে।

উক্ত সভাত উপস্থিত থকা প্ৰণৱ বড়োৰ পত্নী পুৰ্ণিমা বড়োৱে তেওঁৰ স্বামী ভূমি পট্টাহীন লোকসকলৰ স্বাৰ্থৰ বাবে আত্মজাহ দিছিল বুলি উল্লেখ কৰাৰ লগতে গুৱাহাটীৰ থলুৱা লোকসকলক অতি শীঘ্ৰে ভূমি পট্টা প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনায়।

তাৎপর্য্যপূৰ্ণভাৱে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবাজনো সদস্যই ভূমিৰ পট্টাৰ দাবীত প্ৰণৱ বড়োৰ দৰে আত্মজাহ দিবলৈ সাজু থকা বুলি স্পষ্টকৈ নৰ্থ ইষ্ট নাওৰ আগত উল্লেখ কৰে।

‘কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব। অকল প্ৰণৱ বড়োৱে নহয়, প্ৰণৱ বড়োৰ দৰে ১০-১২ জন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য আত্মজাহ দিয়াৰ বাবে সাজু আছো,‘ এই হুংকাৰ পূৰ্ণিমা বড়োৰ।

তেওঁ লগতে চৰকাৰৰ পৰা কি সাহায্য ল’ম? বুলি মুখ্য মন্ত্ৰী সোণোৱালক প্ৰশ্ন কৰি কয়, ‘মোৰ স্বামীয়ে ৰাইজৰ স্বাৰ্থত মৃত্যুক সাবটি লৈছিল। ১ কঠা ৫ লোচা মাটিৰ ভূমি পট্টাৰ বাবে আত্মজাহ দিবলগীয়া হৈছিল।‘

উল্লেখযোগ্য যে, গুৱাহাটীৰ থলুৱা লোকসকলে ভূমিৰ পট্টা বিচাৰি তীব্ৰ আন্দোলন চলাই আহিছে যদিও বৰ্তমানলৈকে কোনো এখন চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই।

প্ৰণৱ বড়োৱে আত্মজাহ দিয়াৰ পাছতো চৰকাৰে গুৱাহাটীত বাস কৰা থলুৱা লোকসকলক ভূমি পট্টা প্ৰদান নকৰাটোৱে চহিদক অপমান কৰাৰ দৰে হৈছে বুলি প্ৰণৱ বড়োৰ পত্নীয়ে কয়।

আনহাতে, ২০১১ চনৰ দিচপুৰৰ ভূমিস্বত্ব আন্দোলনৰ দিনটো বা ২৮ জুন, ২০১১ ৰ ডাঃ ভূমিধৰ বৰ্মন সমিতি গঠনৰ দিনটোক ভিত্তি দিন হিচাপে লৈ তাৰ পূৰ্বৰে পৰা গুৱাহাটীৰ পাহাৰ, বনাঞ্চল, জলাশয়ৰ পাৰ, গ্ৰান্ট, চৰকাৰী ভূমিত ঘৰ সাজি বসবাস কৰি থকা সকলো পৰিয়ালকে দখলী ভূমিৰ অধিকাৰ প্ৰদান কৰিবৰ বাবে তথা এটা পৰিয়ালক ডেৰ কঠাৰ পৰা ৩ কঠা পৰ্য্যন্তহে ভূমি পট্টা দিয়াৰ দাবীত সংগঠনটোৱে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm
জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd