• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকঘৰত পোক-পৰুৱাৰ পৰা মুক্তি পোৱাৰ উপায়! এনেদৰে কেতিয়াও বৰ্তি নাথাকিব এটা পৰুৱাও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2025 8:15 am
515
VIEWS
Share on FacebookShare on Twitter

পাকঘৰটো ঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ বুলি গণ্য কৰা হয়। আমি ঘৰৰ বাকী অংশতকৈও ইয়াক অধিক পৰিষ্কাৰ কৰি ৰখাটো জৰুৰী। পাকঘৰ যিমানেই আধুনিক নহওক কিয়, পোক-পৰুৱাৰ পৰা ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। বহু গৃহিণীৰ অভিযোগ যে পাকঘৰ যিমানেই পৰিষ্কাৰকৈ ৰখা নহওক কিয়, পোক-পৰুৱাবোৰ ক’ৰবাত লুকাই থাকে, আৰু সেইবোৰক খেদি পঠিয়াবলৈ বহু কৌশলৰ পিছতো সিহঁত ঘূৰি আহি থাকে।

পাকঘৰত পোক-পৰুৱা দূৰ কৰিবলৈ বজাৰত বিভিন্ন ৰাসায়নিক সামগ্ৰী উপলব্ধ। কিন্তু সেইবোৰ ব্যৱহাৰ কৰিলে কেৱল পোক-পৰুৱাৰেই নহয় আমাৰো ক্ষতি হয়।  টকাৰো অপচয় হয়। সেয়ে, পাকঘৰৰ পোক-পৰুৱাৰ পৰা স্বাভাৱিকভাৱে কেনেকৈ মুক্তি পাব পাৰি সেয়া জানো আহক।

নহৰু:

নহৰুৰ বহুতো ঔষধি গুণ আছে। আমাৰ স্বাস্থ্যৰ বাবে ই অতি উপকাৰী। সেইবাবেই ৰন্ধা-বঢ়াত নহৰু বেছি ব্যৱহাৰ কৰা হয়। আপুনি জানেনে যে নহৰু কেৱল ৰন্ধা-বঢ়াৰ বাবেই উপযোগী নহয়, পাকঘৰত পোক-পৰুৱা দূৰ কৰাতো সহায় কৰে? হয়, নহৰুৰ প্ৰচণ্ড গোন্ধ পোকে ভাল নাপায়। সেয়ে, আপোনাৰ পাকঘৰৰ পৰা পোক-পৰুৱা দূৰ কৰিবলৈ পাকঘৰৰ বিভিন্ন ঠাইত কেইটামান নহৰু ৰাখিলে পোকবোৰে ইয়াৰ গোন্ধ সহ্য কৰিব নোৱাৰি পলাই যাব।

মজুত ৰখা নহৰু শুকাই গ’লে তাৰ ঠাইত নতুন নহৰুৰ কোহ ৰাখিব লাগে। ইয়াৰ উপৰিও নহৰু ভালদৰে থেতেলিয়াই পানী মিহলাই স্প্ৰে বটলত ভৰাই সেই পানী পাকঘৰত স্প্ৰে কৰিলে পাকঘৰটো পোক-পৰুৱামুক্ত হৈ থাকিব।

ইউকেলিপ্টাছৰ তেল:

এই সুগন্ধি তেলে পাকঘৰত পোক-পৰুৱা দূৰ কৰাত সহায় কৰে। ইয়াৰ কেইটোপালমান পানীৰ লগত মিহলাই স্প্ৰে’ বটলত ভৰাই গোটেই পাকঘৰত স্প্ৰে’ কৰিলে সৰু সৰু পোক-পৰুৱা, মকৰা, পঁইতাচোৰা আদি নাশ হ’ব।

কৰ্পূৰ:

পাকঘৰত পোক-পৰুৱা দূৰ কৰিবলৈ কৰ্পূৰ সহজে ব্যৱহাৰ কৰিব পাৰি। এচামুচ বা দুচামুচ লেভেণ্ডাৰ তেল কৰ্পূৰ গুড়িৰ লগত মিহলাই আলমাৰী বা পোক-পৰুৱা থকা ঠাইত ৰাখিব। ইয়াৰ প্ৰচণ্ড গোন্ধ পোকে ভাল নাপায়। গতিকে পাকঘৰৰ পৰা পলাই যাব।

লং:

লঙে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় আপোনাৰ পাকঘৰৰ পৰা পোক-পৰুৱা দূৰ কৰাতো সহায় কৰে। কাৰণ লঙৰ প্ৰচণ্ড গোন্ধ পোকে ভাল নাপায়। গতিকে পাকঘৰত পোক-পৰুৱা দূৰ কৰিবলৈ লঙৰ গুড়ি পানীৰ লগত মিহলাই স্প্ৰেৰ বটলত ভৰাই গোটেই পাকঘৰত স্প্ৰে’ কৰিলে পোক-পৰুৱাবোৰ পলাই যাব।

কেৰাচিন:

পাকঘৰত পোক-পৰুৱা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে। তাৰ লগত আৰু একো মিহলি কৰাৰ প্ৰয়োজন নাই। স্প্ৰেৰ বটলত ভৰাই পোক-পৰুৱা থকা ঠাইত স্প্ৰে কৰিলে পোক-পৰুৱাবোৰে গোন্ধ সহ্য কৰিব নোৱাৰি পলাই যাব। ইচ্ছা কৰিলে কপাহত কেৰাচিন তিয়াই পাকঘৰৰ কিছুমান বিশেষ ঠাইত ৰাখি পোক-পৰুৱা আঁতৰাই ৰাখিব পাৰে।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd