• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফোনৰ আসক্তিৰ বাবে সলনি হৈছে নেকি সন্তানৰ আচৰণ? ৫টা লক্ষণ দেখিলেই হওক সজাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2025 7:05 am
270
VIEWS
Share on FacebookShare on Twitter

বেছিভাগ শিশুৰেই এতিয়া মোবাইল কেন্দ্ৰিক শৈশৱ। এইটো যেন এটা ৰোগৰ পৰিৱেশ। যদিও প্ৰথম দৃষ্টিত বিশেষ কিবা যেন নালাগিব পাৰে, তথাপিও এই বিপজ্জনক নিচাই দীৰ্ঘম্যাদী ক্ষতি কৰিব পাৰে।

আনকি শিশুৰ আচৰণৰ পৰিৱৰ্তনতো মোবাইলৰ নিচা দেখা যায়। আপোনাৰ সন্তানৰো তেনেকুৱা কিবা পৰিৱৰ্তন হৈছে নেকি? তেনে ক্ষেত্ৰত কেইবাটাও লক্ষণ দেখা পালে অভিভাৱকসকলে সজাগ হোৱাটো জৰুৰী।

১) খিংখিঙীয়া আৰু হঠাতে খং উঠা: শিশুৱে মোবাইলৰ পৰা তৎক্ষণাত সন্তুষ্টি লাভ কৰে। লাহে লাহে এই মনোৰঞ্জন এক নিচালৈ পৰিণত হয়। সেয়ে ফোনটো কাঢ়ি লৈ গ’লে খুব সোনকালে খং উঠে। এনে ক্ষেত্ৰত সৰু সৰু কথাক লৈ চিঞৰ বা খং উঠাটো এটা সাধাৰণ লক্ষণ।

২) সামাজিক দক্ষতা হ্ৰাস: মোবাইল ফোনে শিশুৰ ওপৰত বহুতো নেতিবাচক প্ৰভাৱ পেলায়। ফোনৰ জগতখনত মনোৰঞ্জন বিচাৰি শিশুটিয়ে প্ৰায়ে সকলোৰে লগত কথা পতা বন্ধ কৰি দিয়ে। মাক-দেউতাক, বন্ধু-বান্ধৱী, আনকি স্কুলত শিক্ষকৰ লগতো কথা পাতিব নিবিচাৰে। শিশুৱে নিজকে বন্ধ স্থানত আৱদ্ধ কৰি ৰাখিব বিচাৰে, যিয়ে তেওঁলোকৰ সামগ্ৰিক বিকাশত বাধাৰ সৃষ্টি কৰে।

৩) মনোযোগৰ দিয়াৰ ক্ষমতা কমি যোৱাঃ মোবাইল ফোন অহৰহ ব্যৱহাৰৰ বাবে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে শিশুৰ মনোযোগ আঁতৰি যাবলৈ আৰম্ভ কৰে। স্কুল বা পঢ়াৰ সময়ত তেওঁলোকৰ মনোযোগ কমি যাব পাৰে। সৰু সৰু কথাবোৰো পাহৰি যাবলৈ আৰম্ভ কৰে। এই ধৰণৰ আচৰণক আওকাণ কৰা উচিত নহয়।

৪) টোপনিৰ বিঘিনি: ফোনটোৰ পৰা অহা নীলা পোহৰে টোপনিৰ মানদণ্ডত ব্যাঘাত জন্মায়। নিজৰ ফোনত আসক্ত শিশুৱে ৰাতি দেৰিকৈ শুৱে আৰু ৰাতিপুৱা দেৰিকৈ সাৰ পায়। যাৰ বাবে তেওঁলোকে সৰু সৰু কথাবোৰত বিৰক্ত হয়। আনকি ইয়াৰ ফলত বহুতো জটিল ৰোগ হ’ব পাৰে।

৫) জেদী আৰু অসহযোগী মনোভাৱ: মোবাইলৰ নিচাৰ বাবে শিশুৱে প্ৰায়ে সকলো কথাতে ‘নাই’ ক’বলৈ আৰম্ভ কৰে। অনবৰতে পিতৃ-মাতৃৰ আজ্ঞা অমান্য কৰা, নিজৰ ইচ্ছামতে কামবোৰ কৰিব বিচাৰে। সকলোতে জেদী হৈ পৰে। এই লক্ষণবোৰ দেখিলে সাৱধান হোৱাটো জৰুৰী।

Recent News

জয়ন্ত মল্লৰ বিৰুদ্ধে সৰৱ গুৱাহাটী প্ৰেছ ক্লাৱ : সাংবাদিকক অপমান কৰা কাৰ্যক তীব্ৰ গৰিহণা

জয়ন্ত মল্লৰ বিৰুদ্ধে সৰৱ গুৱাহাটী প্ৰেছ ক্লাৱ : সাংবাদিকক অপমান কৰা কাৰ্যক তীব্ৰ গৰিহণা

পানী মিহলোৱা ডিজেল; পথৰ মাজতে বিকল হৈ পৰিল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ১৯খন বাহন

পানী মিহলোৱা ডিজেল; পথৰ মাজতে বিকল হৈ পৰিল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ১৯খন বাহন

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd