• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমি কিমান সুখী? বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ড; ভাৰতৰ স্থান বাংলাদেশৰ পিছত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2023 2:53 pm
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ড।

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ড।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফিনলেণ্ডক এইবাৰো বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াৰ সৈতে, দেশখন একেৰাহে ছয়বাৰ সুখী দেশৰ তালিকাৰ শীৰ্ষত আছে। আনহাতে, যুদ্ধবিধ্বস্ত আফগানিস্তানৰ নাম এই বছৰ সুখী দেশসমূহৰ তালিকাৰ একেবাৰে তলত আছে।

১৩৭ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১২৬ তম। এই তালিকাত নেপাল, পাকিস্তান, বাংলাদেশ আৰু শ্ৰীলংকাতকৈও পিছত ভাৰতৰ স্থান।

ৰাষ্ট্ৰসংঘই ২০ মাৰ্চত আন্তৰ্জাতিক সুখ দিৱসৰ প্ৰাকমুহূৰ্তত প্ৰতি বছৰে সুখী দেশসমূহৰ তালিকা প্ৰকাশ কৰে। এইবাৰ, ইয়াৰ ব্যতিক্ৰম হোৱা নাই। বিশ্ব সুখ প্ৰতিবেদন ২০২৩ (ৱৰ্ল্ড হেপিনেছ ৰিপ’ৰ্ট-২০২৩) মুকলি কৰা হৈছে। ফিনলেণ্ডে ১৩৭ খন দেশৰ ভিতৰত একেৰাহে ষষ্ঠবাৰৰ বাবে তালিকাৰ শীৰ্ষত আছে।

লগতে পঢ়ক: কংগ্ৰেছৰ সৈতে এলডিপি চামিল হোৱাৰ কথা ঘোষণা কৰিলে প্ৰতিষ্ঠাপক প্ৰদ্যুৎ বৰাই

সুখী দেশৰ তালিকাত ফিনলেণ্ডৰ পিছত ডেনমাৰ্ক আৰু আইচলেণ্ড ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। চতুৰ্থ হৈছে ইজৰাইল আৰু পঞ্চম নেডাৰলেণ্ড। চুইডেন (ষষ্ঠ), নৰৱে (সপ্তম), চুইজাৰলেণ্ড (অষ্টম), লাক্সেমবাৰ্গ (৯ম) আৰু নিউজিলেণ্ড (দশম) শীৰ্ষ ১০ খন সুখী দেশৰ ভিতৰত আছে।

এই বছৰৰ সুখী দেশসমূহৰ তালিকাত কানাডা ১৩ তম, আমেৰিকা যুক্তৰাজ্য ১৫ তম আৰু ব্ৰিটেইন ১৯ তম স্থানত আছে। যুদ্ধবিধ্বস্ত ইউক্ৰেইন ৯২ তম স্থানত আছে। ৰাছিয়া আছে ৭০ তম স্থানত।

দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত নেপাল ৭৮ তম স্থানত আছে। সেইদৰে, পাকিস্তানে ১০৮ তম, শ্ৰীলংকা ১১২তম আৰু ভাৰত ১২৬ তম স্থানত আছে।  বাংলাদেশৰ স্থান ১১৮ তম।

লগতে পঢ়ক: আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে পাৰমাণৱিক আক্ৰমণৰ প্ৰস্তুতিৰ নিৰ্দেশ কিমৰ!

আনহাতে, সুখী দেশসমূহৰ তালিকাৰ একেবাৰে তলত আফগানিস্তান আছে। যোৱা বছৰো আফগানিস্তান তালিকাৰ তলত আছিল।

সুখী দেশবোৰৰ তালিকাত মানুহৰ সুখৰ নিজা মূল্যাঙ্কন, লগতে শূন্যৰ পৰা ১০ লৈ সূচকৰ সংখ্যা, অৰ্থনৈতিক আৰু সামাজিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি জোখা হয়। ইয়াৰ উপৰিও ব্যক্তিগত কল্যাণ, ব্যক্তিগত স্বাধীনতা, জিডিপি আৰু প্ৰতিখন দেশৰ জনসাধাৰণৰ দুৰ্নীতিৰ স্তৰ বিবেচনা কৰা হয়।

২০২২ চনৰ সুখী দেশসমূহৰ তালিকাত কৰোনা মহামাৰীক অগ্ৰাধিকাৰ দিয়া হৈছে। কৰোনাই গোটেই পৃথিৱীখনক এক ভয়ংকৰ অনিশ্চয়তাৰ মাজলৈ লৈ গৈছে। প্ৰতিবেদন অনুসৰি, কোভিড-১৯-এ মানুহৰ বাবে ভালদৰে জীৱন নিৰ্বাহ কৰাৰ ব্যয় বৃদ্ধি কৰাৰ লগতে নিবনুৱা সমস্যা বৃদ্ধি কৰিছে। ই এই তালিকাৰ ওপৰতো প্ৰভাৱ পেলাইছে।

লগতে পঢ়ক: দেউলীয়া হোৱাৰ আতংকৰ পৰা উদ্ধাৰ ১৬৬ বছৰ পুৰণি বেংক Credit Suisse; কি চুক্তি হ’ল UBSৰ সৈতে?

ইয়াৰ উপৰিও কৰোনা মহামাৰীৰ আঘাতৰ সৈতে যুঁজিবলৈ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হৈছিল। যুদ্ধই সমগ্ৰ বিশ্বক এক ভয়ংকৰ পৰিস্থিতিত পেলাইছে। সমগ্ৰ বিশ্বতে নিবনুৱা আৰু মুদ্ৰাস্ফীতি ঘটিছে। দেশত খাদ্য আৰু ইন্ধনকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। এই বছৰৰ সুখ সূচকত ইউক্ৰেইনৰ যুদ্ধও প্ৰতিফলিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd