• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰখ্যাত আলোচনী উইজডেনে ঘোষণা কৰিলে ধোনী-ৰোহিত বিহীন দশকৰ শ্ৰেষ্ঠ টি-২০ দল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2019 12:56 pm
india-v-australia-odi-series-game-53859b84e-2aba-11ea-8266-2aa83479d6f9jpg

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.5k
VIEWS
Share on FacebookShare on Twitter

প্ৰখ্যাত আলোচনী উইজডেনে নিৰ্বাচন কৰা দশকটোৰ শ্ৰেষ্ঠ টি-২০ দলত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু বেগী বলাৰ যশপ্ৰীত বুমৰাহক অন্তৰ্ভুক্ত কৰা হৈছে।

ইয়াৰ আগেয়ে উইজডেনে নিৰ্বাচন কৰা এদিনীয়া আৰু টেষ্ট দলটোতো স্থান লাভ কৰিবলৈ সক্ষম হৈছিল বিৰাট কোহলী।

দশকটোৰ শ্ৰেষ্ঠ টি-২০ দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে অষ্ট্ৰেলিয়াৰ এৰন ফিন্সক।

এই দলটোৰ তালিকা প্ৰকাশ হোৱাৰ পিছতে সকলো আশ্চৰ্যকৰ হোৱা পৰিলক্ষিত হৈছে। কিয়নো ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু বিস্ফোৰক অপেনাৰ ৰোহিত শৰ্মাৰ নাম নাই দশকটোৰ শ্ৰেষ্ঠ টি-২০ দলটোত।

বিৰাট কোহলী সন্দৰ্ভত আলোচনীখনে কয়, ‘ঘৰুৱা টি-২০ টুৰ্ণামেণ্টত কোহলীৰ প্ৰদৰ্শন খুব এটা সন্তোষজনক নহ’লেও আন্তৰাষ্ট্ৰীয় স্তৰত তেওঁৰ গড় ৫৩, যিটো এই দশকৰ সৰ্বশ্ৰেষ্ঠ। তেওঁৰ ষ্ট্ৰাইকৰেট কিছু কম হ’লেও ঠিক হাৰতে ৰান সংগ্ৰহ কৰে’।

উইজডেন আলোচনীখনে দশকটোৰ পাঁচগৰাকী শ্ৰেষ্ঠ ক্ৰিকেটাৰো বাচনি কৰি উলিয়াইছে, য’ত বিৰাট কোহলীও আছে। কোহলীৰ উপৰি আছে ষ্টিভ স্মিথ, ডেল ষ্টেইন, এ বি ডি ভিলিয়াৰ্ছ আৰু এলিছে পেৰী।

উইজডেনৰ দশকটোৰ সৰ্বেশ্ৰেষ্ঠ টি-২০ দলটো হ’ল- এৰন ফিন্স(অধিনায়ক), কোলিন মুনৰো, বিৰাট কোহলী, চেন ৱাটছন, গ্লেন মেক্সৱেল, জছ বাটলাৰ, মোহম্মদ নবী, ডেভিদ ৱিলে, ৰাছিদ খান, যশপ্ৰীত বুমৰাহ আৰু লাছিথ মালিংগা।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd