• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৌৰভ গাংগুলী, কোহলি আৰু ৰোজৰ ফেডৰাৰ মোৰ আদৰ্শ : সুভাশীষ বসু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2020 7:25 am
881369-trkyfsxldf-1528109353

ফটো উৎস : ইণ্টাৰনেট

10.2k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ফুটবল দলৰ ডিফেণ্ডাৰ সুভাশীষ বসুৰ কেৰিয়াৰত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলি, বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু ২০ বাৰৰ গ্ৰেণ্ডশ্লেম চেম্পিয়ন ৰোজৰ ফেডৰাৰে বহুত অনুপ্ৰেৰণা যোগাইছে।

সুভাশীষে ভাৰতীয় ফুটবল দলৰ ফেইচবুক পেজত এই কথা জানিব দি কয়, ‍‘ক্ৰিকেটৰ কথা আহিলে বৰ্তমান বিৰাট কোহলি মোৰ প্ৰিয়, কিন্তু সৌৰভ গাংগুলী মোৰ সদায়েই প্ৰিয়’।

তেওঁ লগতে কয়, ‍‘দাদাৰ বেটিং উপভোগ কৰিয়েই ডাঙৰ হৈছো। তেওঁ কেৱল মোৰ নহয়, আন বহুতৰ বাবে অনুপ্ৰেৰণা’।

ফুটবলগৰাকীয়ে লগতে কয় যে তেওঁ টেনিছ খেলুৱৈ ৰোজৰ ফেডৰাৰৰো অনুৰাগী। যেতিয়াই সময় পাও তেতিয়াই মই ফেডৰাৰ খেল চাও বুলি কয় শুভাশীষে।

তেওঁ কয়, ‍‘ফেডৰাৰৰ খেল চাই মই ভাল পাও। দীৰ্ঘকাললৈকে শীৰ্ষত অধিষ্ঠিত হৈ থকা কথাটোৱে মোক বহু অনুপ্ৰেৰিত কৰে। আৰু তাৰ পৰা ময়ো মোৰ কেৰিয়াৰত এনেধৰণৰ সফলতা লাভ কৰিব বিচাৰো’।

Recent News

৩২ লাখ টকাৰ লোভত মাতৃক হত্যা তোলনীয়া পুত্ৰৰ : অক্ষমনীয় গণ্য কৰি মৃত্যুদণ্ডৰ ঘোষণা আদালতৰ

৩২ লাখ টকাৰ লোভত মাতৃক হত্যা তোলনীয়া পুত্ৰৰ : অক্ষমনীয় গণ্য কৰি মৃত্যুদণ্ডৰ ঘোষণা আদালতৰ

পুহিব নোৱাৰিব পিটবুলৰ দৰে হিংস্ৰ প্ৰজাতিৰ কুকুৰ : পুহিলেই হ’ব কমেও তিনিমাহ জেইল

পুহিব নোৱাৰিব পিটবুলৰ দৰে হিংস্ৰ প্ৰজাতিৰ কুকুৰ : পুহিলেই হ’ব কমেও তিনিমাহ জেইল

গোৱালপাৰাৰ উচ্ছেদকলৈ অসম চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ আবেদনৰ শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

গোৱালপাৰাৰ উচ্ছেদকলৈ অসম চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ আবেদনৰ শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত অধ্যাপকৰ পুনৰ নিযুক্তিৰ কথাই শিক্ষিত যুৱ প্ৰজন্মক চুড়ান্ত অপমান কৰিছে

চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত অধ্যাপকৰ পুনৰ নিযুক্তিৰ কথাই শিক্ষিত যুৱ প্ৰজন্মক চুড়ান্ত অপমান কৰিছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd