• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এছিয়াডত মিজোৰামক প্ৰথমটো পদকৰ সোৱাদ দিলে মহিলা হকী খেলুৱৈ লালৰেমছিয়ামীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2018 4:28 pm
mizo-hockey-player-2-570x320
116
VIEWS
Share on FacebookShare on Twitter

মিজোৰামৰ ক্ৰীড়া ক্ষেত্ৰত ইতিহাস হিচাপে পৰিগণিত হ’ল ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হোৱা ১৮ সংখ্যক এছিয়ান গেইমছ। কিয়নো এছিয়াডত মিজোৰামক প্ৰথমটো পদকৰ সোৱাদ দিবলৈ সক্ষম হ’ল মহিলা হকী খেলুৱৈ লালৰেমছিয়ামী।

২০১৮ বৰ্ষৰ জাকাৰ্টা এছিয়ান গেইমছত ভাৰতৰ মহিলা হকী দলটোৱে বহু বছৰ বিৰতিৰ অন্তত ৰূপৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে। আৰু এই দলটোতে ভাৰতৰ কনিষ্ঠতম মহিলা হকী খেলুৱৈ হিচাপে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি লালৰেমছিয়ামীয়ে এই বিৰল কৃতিত্বৰ অধিকাৰী হ’বলৈ সক্ষম হ’ল।

উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ পূৰ্বে মিজোৰামৰ যুৱ হকী খেলুৱৈগৰাকীয়ে ২০১৮ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীতো অংশগ্ৰহণ কৰি যথেষ্ট উন্নত মানৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছিল। যাৰ বাবে খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাখনৰ আন্দাৰ ২১ ৰাইজিং ষ্টাৰ এৱাৰ্ডেৰেও সন্মানিত হৈছিল।

স্মৰ্তব্য যে মিজোৰামৰ ক’লাচিবৰ বাসিন্দা লালৰেমছিয়ামীয়ে স্প’ৰ্টছ অথ’ৰিটি অব ইণ্ডিয়া আৰু থেনজলস্থিত মিজোৰাম ৰাজ্যিক হকী একাডেমিত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা সময়তে ভাৰতীয় দলৰ প্ৰশিক্ষকে খেলুৱৈগৰাকীৰ প্ৰতিভা দেখি ভাৰতীয় জুনিয়ৰ আৰু ছিনিয়ৰ দলত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিছিল।

লালৰেমছিয়ামীয়ে সুযোগ পোৱা মাত্ৰেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ সৰ্বোচ্চ উজাৰি দিয়ে আৰু এইদৰে এখনৰ পাছত আন এখন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত ভাৰতীয় দলত স্থান লাভ কৰি নিজৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

Recent News

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd