• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2022 10:31 am
Lalu Prasad Yadav health
143
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডি-ৰ মুৰব্বী লালু প্ৰসাদ যাদৱ পুনৰ অসুস্থ হৈ পৰিছে। বয়োজেষ্ঠ ৰাজনীতিবিদ গৰাকী যোৱা দেওবাৰে পাটনাস্থিত নিজ বাসস্থানত অসাৱধানৱশত পৰি যোৱাৰ পিছত আঘাতপ্ৰাপ্ত হৈছিল।

লালু প্ৰসাদ যাদৱ দেওবাৰে পাটনাৰ ১০ চাৰ্কুলাৰ ৰোডত থকা তেওঁৰ বাসগৃহত চিৰিৰ পৰা বাগৰি পৰিছিল। ইয়াৰ পিছতে তেওঁক তাৎক্ষণিকভাৱে এখন মহানগৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা পৰীক্ষাৰ পিছত সোঁ কান্ধ ভাঙি যোৱা বুলি নিশ্চিত হয়। ৭৪ বছৰীয়া জেষ্ঠ ৰাজনীতিবিদ গৰাকীৰ অৱস্থা বৰ্তমান অৱশ্যে স্থিৰ বুলি জানিব পৰা গৈছে।

আৰজেডি এজন জ্যেষ্ঠ নেতাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে লালু যাদৱ বৰ্তমানেও চিকিৎসাধীন হৈ আছে যদিও তেওঁ এতিয়া সুস্থ অৱস্থাত আছে। কেইবাগৰাকীও চিকিৎসকে তেওঁক নিৰীক্ষণ কৰি আছে বুলি দলীয় নেতাগৰাকীয়ে লগতে উল্লেখ কৰে।

অৱশ্য সম্প্ৰতি স্বাস্থ্যৰ অৱস্থা সন্তোষজনক বুলি উল্লেখ কৰিলেও উন্নত চিকিৎসাৰ বাবে কিছুসময় পিছত লালু প্ৰসাদ যাদৱক এয়াৰ এম্বুলেঞ্চেৰে দিল্লী এইমছলৈ স্থানান্তৰিত কৰা হ’ব বুলি জানিব পৰা গৈছে।

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লালুৰ পুত্ৰ তেজস্বী যাদৱৰ পৰা ফোন যোগে লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ বুজ লয়।

আৰজেডিৰ মুখপাত্ৰ চিতাৰঞ্জন গগনে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে প্ৰধানমন্ত্ৰীয়ে তেজস্বী যাদৱৰ সৈতে কথা পাতি লালু যাদৱৰ স্বাস্থ্যৰ বুজ লয় আৰু আৰজেডি প্ৰধানৰ আশু আৰোগ্য কামনা কৰে।

উল্লেখ্য যোৱা মাৰ্চ মাহতো লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। শৰীৰত ক্ৰিয়েটিনিন স্তৰ বৃদ্ধি হোৱাৰ পিছত লালু প্ৰসাদ যাদৱ শাৰিৰীকভাৱে যথেষ্ট অসুস্থ হৈ পৰিছিল।

গুৰুতৰভাৱে অসুস্থ পৰাৰ পিছত লালু প্ৰসাদ যাদৱক এয়াৰ এম্বুলেঞ্চেৰে দিল্লী এইমছলৈ স্থানান্তৰিত কৰা হৈছিল।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd