• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বলীউদৰ কিংবদন্তি অভিনেতা মনোজ কুমাৰৰ দেহাৱসান; ৮৭ বছৰ বয়সত অন্ত পৰিল জীৱন নাটৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 4, 2025 9:10 am
315
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ কিংবদন্তি অভিনেতা মনোজ কুমাৰৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ। অভিনেতাগৰাকীয়ে অ’ কৌন থি, ক্ৰান্তিকে ধৰি এলানি জনপ্ৰিয় ছবি উপহাৰ দি থৈ গৈছে।

বিগত কিছুদিন ধৰি মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি হৈ আছিল প্ৰবীণ অভিনেতা মনোজ কুমাৰ। তাতেই তেওঁৰ মৃত্যু হয়। তেওঁ হৃদযন্ত্ৰৰ সমস্যাত ভুগি আছিল।

মনোজ কুমাৰৰ লিভাৰ চিৰ’ছিছো হৈছিল। চিকিৎসালয়খনে প্ৰদান কৰা মেডিকেল চাৰ্টিফিকেটত এই দুটা কাৰণতে অভিনেতাজনৰ মৃত্যু হোৱা বুলি উল্লেখ আছে।

মনোজ কুমাৰৰ জন্ম হৈছিল ১৯৩৭ চনত বৰ্তমানৰ পাকিস্তানৰ পূৰ্বে এবটাবাদ নামেৰে জনাজাত খাইবাৰ পখতুনখোৱাত। তেওঁৰ প্ৰকৃত নাম আছিল হৰিকৃষ্ণন গোস্বামী।

১৯৫৭ চনত মাত্ৰ ২০ বছৰ বয়সতে তেওঁ এখন ফেশ্বন ছবিৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰে। তাৰ পিছত ১৯৬১ চনৰ কাচ কি গুৰিয়া ছবিৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা লাভ কৰে। সেইটোৱেই আছিল তেওঁৰ প্ৰথম ডাঙৰ প্ৰাপ্তি।

ইয়াৰ পিছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱ নাছিল। তেওঁৰ ছবি গুমনাম ১৯৬৫ চনৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি। এই থ্ৰিলাৰখনে সেই সময়তে ২.৬ কোটি টকাৰ ব্যৱসায় কৰিছিল।

মনোজ কুমাৰে কেইবাখনো দেশপ্ৰেমমূলক ছবি, যেনে- ক্ৰান্তি, পূৰব ও পশ্চিম, শ্বহিদ ইত্যাদিত কাম কৰি ৰুটি কপৰা ঔৰ মকান, অ’ কৌন থি-কে ধৰি কেইবাখনো হিট ছবি আগবঢ়াইছে।

তেওঁ ফিল্মফেয়াৰকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে। ১৯৯২ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত হোৱা মনোজ কুমাৰ দেশপ্ৰেমমূলক ছবিৰ বাবে ‘ভাৰত কুমাৰ’ নামেৰেও পৰিচিত হৈছিল।

কেৱল অভিনয়ৰ জগতখনতেই নহয়, মনোজ কুমাৰে ৰাজনীতিৰ ক্ষেত্ৰখনতো ভৰি দিছিল। বিজেপিত যোগদান কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

Recent News

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

অসম চৰকাৰৰ ‘পুছ বেক’ নীতিৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ শুনানি গ্ৰহণত অস্বীকাৰ উচ্চতম ন্যায়ালয়

অসম চৰকাৰৰ ‘পুছ বেক’ নীতিৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ শুনানি গ্ৰহণত অস্বীকাৰ উচ্চতম ন্যায়ালয়

অসম অনুসূচিত জাতি পৰিষদৰ উদ্যোগত নাজিৰাৰ কৃতী ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

অসম অনুসূচিত জাতি পৰিষদৰ উদ্যোগত নাজিৰাৰ কৃতী ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd