• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অলিম্পিকত পদক জয়ৰ বাবে হিমাক গুৰুত্বপূৰ্ণ টিপছ দিলে দেশৰ জীৱন্ত কিংবদন্তী দৌৰবিদ পি টি উষাই

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2019 9:44 am
P T Usha

পি টি উষা আৰু হিমা দাস। উৎস-ইণ্টাৰনেট

2.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ উদীয়মান স্প্ৰীণ্টাৰ তথা অসম সন্তান হিমা দাসক গুৰুত্বপূৰ্ণ উপদেশ দিছে দেশৰ কিংবদন্তী দৌৰবিদ পি টি উষাই।

লক্ষ্ণৌত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি দেশৰ কিংবদন্তী স্পীণ্টাৰগৰাকীয়ে হিমাক অলিম্পিকত উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ বাবে বৃহৎ পৰ্যায়ৰ চেম্পিয়নশ্বিপত ভাগ লোৱাৰ বাবে আহ্বান জনায়।

উষাই ‘ধিং এক্সপ্ৰেছ’ হিচাপে খ্যাত হিমালৈ উপদেশ হিচাপে কয় যে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি ভাল খেলিবলৈ হ’লে এতিয়াৰে পৰা তেওঁ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাসমূহত ভাগ লোৱা উচিত।

আনহাতে, হিমাই বৰ্তমানলৈ ভাগ লৈ পদক অৰ্জন কৰা টুৰ্ণামেণ্ট সমূহ বিশ্ব চেম্পিয়নশ্বিপৰ ৰেংকিং পদ্ধতিৰ তলৰ খাপৰ বুলি উল্লেখ কৰি পি টি উষাই কয় যে এনে টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি ভাৰতীয় খেলুৱৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি থাকিলে হিমাৰ প্ৰদৰ্শনত ই উন্নতি নঘটায়।

ভাৰতৰ মহান দৌৰবিদ গৰাকীয়ে হিমাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটসকলৰ বিৰুদ্ধে বিদেশৰ মাটিত অনুষ্ঠিত আগশাৰীৰ চেম্পিয়নশ্বিপত ভাগ লৈ যদি নিজৰ প্ৰদৰ্শনৰ উন্নতি ঘটাব পাৰে তেন্তে তেওঁৰ অলিম্পিকত পদক জয় কৰাৰ যথেষ্ট সম্ভাৱনা আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ বৰঙণিৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা পি টি উষাক পদ্মশ্ৰী আৰু অৰ্জুন বটাৰে সন্মানিত কৰা হয়।

 

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd