• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৰহাটৰ অ’ এন জি চি কলনিত পিঞ্জৰাবদ্ধ হ’ল প্ৰকাণ্ড নাহৰফুটুকী

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
May 9, 2019 2:11 pm
831
VIEWS
Share on FacebookShare on Twitter

যোৰহাটৰ চিনামৰা অ’ এন জি চি কলনিত সন্ত্ৰাস চলোৱা নাহৰফুটুকী বাঘ দুটাৰ এটাক বুধবাৰে নিশা কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।

নাহৰফুটুকী বাঘ দুটাৰ কথা ইতিমধ্যে বন বিভাগক জনোৱা হৈছিল আৰু সেই অনুসৰি বন বিভাগে উক্ত স্থানত স্থাপন কৰা পিঞ্জৰাত বুধবাৰে নিশা বাঘটো আবদ্ধ হয়।

পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোৰ আকাৰ প্ৰকাণ্ড বুলি প্ৰকাশ কৰি ইয়াক কিছু দূৰত্বলৈ লৈ গৈ ঘন জংঘলত এৰি দিব বুলি বন বিভাগৰ এজন বিষয়াই জানিবলৈ দিয়ে।

‘নাহৰফুটুকী বাঘ দুটাই কাকো আক্ৰমণ কৰা নাই যদিও কলনিবাসী কিছু পৰিমাণে ভয়ত আছিল। দ্বিতীয়টো নাহৰফুটুকীকো কৰায়ত্ত কৰিবলৈ আমি প্ৰয়াস কৰি আছো’। এইদৰে কয় বন বিষয়াজনে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও অ’ এন জি চি কলনি আৰু যোৰহাটস্থিত নৰ্থ-ইষ্ট ইন্সষ্টিটিউট অব ছায়েন্স এণ্ড টেকন’লজিৰ কেম্পাছত প্ৰৱেশ কৰা নাহৰফুটুকীক বন বিভাগে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল।

Recent News

প্ৰথমে সমকামী ডেটিং এপত বাৰ্তালাপ, হোটেললৈ মাতি নগ্ন ফটো তুলি ডাক্তৰক ব্লেকমেইলঃ সৰকালে ৮ লাখ টকা

প্ৰথমে সমকামী ডেটিং এপত বাৰ্তালাপ, হোটেললৈ মাতি নগ্ন ফটো তুলি ডাক্তৰক ব্লেকমেইলঃ সৰকালে ৮ লাখ টকা

জলিয়ানৱালাবাগত কেন্দ্ৰীয় চৰকাৰে স্থাপন নকৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি! ‘বাঙালী বিৰোধী’ আখ্যা দি বিজেপিক সমালোচনা তৃণমূল কংগ্ৰেছৰ

জলিয়ানৱালাবাগত কেন্দ্ৰীয় চৰকাৰে স্থাপন নকৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি! ‘বাঙালী বিৰোধী’ আখ্যা দি বিজেপিক সমালোচনা তৃণমূল কংগ্ৰেছৰ

পিতৃৰ লগত থাকিবলৈ ১ কোটি টকা দাবী কন্যাৰ! পিছে মাতৃক সমালোচনা কৰিলে ছুপ্ৰীম কোৰ্টে, কিন্তু কিয়?

পিতৃৰ লগত থাকিবলৈ ১ কোটি টকা দাবী কন্যাৰ! পিছে মাতৃক সমালোচনা কৰিলে ছুপ্ৰীম কোৰ্টে, কিন্তু কিয়?

জনসমাগমত প্ৰকাশ্যে যুৱতীক চুম্বন! আৰক্ষীৰ জালত অভিযুক্ত যুৱক

জনসমাগমত প্ৰকাশ্যে যুৱতীক চুম্বন! আৰক্ষীৰ জালত অভিযুক্ত যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd